অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

cleanup tag, interwiki
তথ্যসূত্ৰ ইত্যাদি
17 নং শাৰী:
|website =
}}
'''অনুৰাধা শৰ্মা পূজাৰী''' (জন্ম ১৯৬৪ চন) [[অসম]]ৰ এগৰাকী লেখিকা আৰু সাংবাদিক।<ref>[http://myxofura.blogspot.com/2008/07/anuradha-sharma-pujari-is-significant.html An Interview With Anuradha Sharma Pujari]</ref> ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]] বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত ‘[[আমাৰ অসম]]’ কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান [[সাদিন]]<ref>"Anuradha Sharma Pujari, editor of the popular assamese weekly, ''Sadin'', which carried the controversial story, stood by the report."[http://timesofindia.indiatimes.com/news/india/Jounalist-accused-of-blackmail-in-Assam/articleshow/641841943.cms Jounalist &#91;sic&#93; accused of blackmail in Assam] SHANKHADEEP CHOUDHURY, TNN 23 January 2002 Times of India</ref> কাকত আৰু [[সাতসৰী]]<ref>[http://onlinesivasagar.com/literature/anuradha-sharma-pujari.html Online Sivasagar]</ref> নামৰ অসমীয়া মাহেকীয়া কাকতৰআলোচনীখনৰ সম্পাদক হিছাপে কাৰ্য্যৰতকাৰ্যৰত হৈ আছে। ‘চাহেব পুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে ।
 
==সাহিত্য কৰ্মৰাজি==
28 নং শাৰী:
*নাহৰৰ নিৰিবিলি ছাঁ
*ৰাগ-অনুৰাগ
 
===গল্প সংকলন===
*বসন্তৰ গান
*এজন অসামাজিক কবিৰ বায়’গ্ৰাফী
*কেথাৰীনৰ সৈতে এটা নিৰ্জন দুপৰীয়া
 
===আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলন===
*কলিকতাৰ চিঠি
Line 38 ⟶ 40:
*আমেৰিকান চৰাইখানাত সংবাদ
*বসন্ত আৰু বন্ধু
 
 
==তথ্যসূত্ৰ==
{{reflist}}
 
 
==বাহ্যিক সংযোগ==
* [https://docs.google.com/document/d/1-FczQD2cIfMsqYC7XiMPJ5zrx10S_R6rZoox8qpNoQk/edit?hl=en_US&pli=1# Op-Ed : Bharat Ratna and Sachin Tendulkar]
 
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]