অৰ্থব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

18 নং শাৰী:
#ব্যক্তিগত সম্পত্তি(Private property):- পুঁজিবাদী ব্যৱস্থাত সম্পদৰ গৰাকী ব্যক্তি।ব্যক্তিৰ ধন-সম্পত্তি উপাৰ্জন,ভোগ আৰু হস্তান্তৰ কৰাৰ অধিকাৰ থাকে।মালিকৰ মৃত্যুৰ পাছত সম্পত্তিৰ গৰাকী তেওঁৰ উত্তৰাধিকাৰী সকল।পুঁজিবাদত ৰাষ্ট্ৰৰ নিয়ম অনুসৰি এনে অধিকাৰ ৰক্ষা কৰা হয়।
#উদ্যোগৰ স্বাধীনতা(Freedom of Enterprise):-পুঁজিবাদৰ আন এক বৈশিষ্ট্য হ'ল উদ্যোগৰ স্বাধীনতা।পুঁজিবাদী দেশ পৰিকল্পনাৰ পৰিপন্থী।গতিকে এই ব্যৱস্থাত মুক্ত উদ্যোগ নীতিৰ প্ৰচলন থাকে।ব্যক্তিগত উদ্যোগ বিলাক সদায় চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত।
#ভোক্তাৰ সাৰ্বভৌমত্ব(Consumers' sovereignty):- পুঁজিবাদত গ্ৰাহকেই মূল।এই ব্যৱস্থাত যেনেকৈ উৎপাদনকাৰী সকলে লাভৰ চিন্তাৰে পৰিচালিত হৈ উৎপাদন কাৰ্য্য চলাই, ঠিক সেইদৰে গ্ৰাহক সকলেও নিজৰ ইচ্ছা , পছণ্ড বা ৰুচি মতে দ্ৰব্য ক্ৰয় কৰে।এনে অৱস্থাত সেয়ে দ্ৰব্যৰ উৎপাদন,উৎপাদনৰ পৰিমান ,গুণাগুণ, ইত্যাদি ভোক্তাৰ নিৰ্দেশ অনুসৰিহে স্থিৰ হয়।
#নিয়ন্ত্ৰনহীন মুল্যব্যৱস্থা(Free price Mechanism):-পুজিবাদৰ আন এক বৈশিষ্ট্য হ'ল মুক্ত দৰ নীতি। এই ব্যৱস্থাত দ্ৰব্যৰ দৰ কেৱল 'চাহিদা' আৰু 'যোগান' -এই দুই শক্তিৰ দ্বাৰাহে নিৰ্ণয় হয়। ভোক্তাৰ চাহিদা আৰু উৎপাদনকাৰী]]ৰ যোগান এই দুই শক্তিৰ প্ৰভাৱত স্বয়ংক্ৰিয় ভাবে দ্ৰব্যৰ দৰ নিৰ্দ্ধাৰিত হয়। আন কোনো শক্তিয়ে ইয়াত প্ৰভাব পেলাব নোৱাৰে।
 
===সমাজবাদ===
===মিশ্ৰ অৰ্থনীতি===