অৰ্থব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
ইয়াৰিও, সাম্প্ৰতিক সময়ত আৰু এক তৃতীয় ব্যৱস্থা উদ্ভাৱন কৰা হৈছে যাক কোৱা হয়
#[[মিশ্ৰ অৰ্থব্যৱস্থা]] বা মিশ্ৰিত অৰ্থনীতি(Mixed Economy)
===পুঁজিবাদ===
===পুজিবাদ===
ধনতন্ত্ৰ বা পুঁজিবাদ শব্দটো বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰে।মুলত , যি অৰ্থব্যৱস্থাত উৎপাদনৰ উপাদান সমুহ(Means of Production)ব্যক্তিগত মালিকিস্বত্বৰ অধিনতথাকে তাকে পুঁজিবাদ বা পুঁজিবাদি অৰ্থব্যৱস্থা বোলে।কাৰ্লমাৰ্ক্সৰ মতে,"Capitalism is an economic
system where the means of production are privately owned."পুঁজিবাদে মুক্ত বজাৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰে।ই এক
পৰম্পৰাগত অৰ্থনৈতিক মডেল।১৮ শতিকাৰ অৰ্থনীতিবিদ সকলে পুৰ্বৰ সামন্তবাদীয় আৰু বাণিজ্যবাদীয় অৰ্থনীতিৰ পৰিৱৰ্তে মুক্ত পুঁজিবাদী তত্ত্বৰ বিকাশ কৰিছিল।ইয়াৰ মুল পৃষ্ঠপোষক আছিল 'আডাম স্মিথ'(Adam Smith)।তেওঁৰ মতে উৎকৃষ্ট সামাজিক লাভৰ বাবে সকলো ব্যক্তিকে
মুক্তভাৱে নিজৰ কৰ্ম কৰিবলৈ দিব লাগে।সেই সময়ৰ অৰ্থনীতিবিদসকলৰ মতে চৰকাৰে অৰ্থনৈতিক জগতৰ কামকাজত নিজৰ ভুমিকা সীমাবদ্ধ কৰি ৰাখিব লাগে।তেওঁলোকৰ মতে যিকোনো চৰকাৰী হস্তক্ষেপে মুক্ত বজাৰ ব্যৱস্থা সফল হোৱাত বাধা দিয়ে।
 
===পুজিবাদৰ বিৱৰ্ত্তন===
১৮শতিকাৰ দ্বিতীয় দশকত পুঁজিবাদৰ জন্ম ।বৰ্তমান ইয়াৰ বহুতো পৰিৱৰ্তন ঘটিছে।প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভনিৰ সময়লৈকে 'পুঁজিবাদ' আছিল চৰকাৰী নিয়ন্ত্ৰনৰ পৰা সম্পুৰ্ণ মুক্ত।বজাৰ সম্পৰ্কে সকলো সিদ্ধান্ত পুঁজিপতি সকলে লৈছিল।চৰকাৰে তেওঁলোকৰ কামত হস্তক্ষেপ কৰা নাছিল।ইয়াক কোৱা হৈছিল "Leissez Fair"। অৰ্থাৎ তেওঁলোকক অকলে থাকিবলৈ দিয়া (Let them alone)।১৯২৯-৩৩ চনৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দ্বিতীয় মহাযুদ্ধ(১৯৩৯-৪৫চন)ৰ পিছত পুঁজিবাদৰ বহু পৰিৱৰ্তন ঘটে।বৰ্তমান পুঁজিবাদ মুক্তপুঁজিবাদ নহৈ 'নিয়ন্ত্ৰীত পুঁজিবাদ'।ইয়াক কল্যাণকামী পুঁজিবাদো বোলে।