অৰ্থব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

24 নং শাৰী:
 
===সমাজবাদ===
সমাজবাদ(socialism): সমাজবাদী অৰ্থব্যৱস্থা বা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আতাইবোৰ গুৰুত্বপুৰ্ণ কামকাজ পৰিচালনা কৰে।অৰ্থাৎ এই ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ সম্পুৰ্ণ বিপৰিত।কাৰ্লমাৰ্ক্সে সমাজবাদৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে।মাৰ্ক্সৰ ১৮৬৭চনত প্ৰকাশিত গ্ৰন্থ DAS CAPITALয়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।<ref>DAS CAPITAL</ref>
===সমাজবাদৰৰ বৈশিষ্ট্য===
#ব্যক্তিগত সম্পত্তিৰ বিলুপ্তিকৰণ:উৎপাদনৰ উপাদান সমুহৰ মালিকীস্বত্ব ব্যক্তিৰ পৰিৱৰ্তে সমাজ বা ৰাষ্ট্ৰৰ হাতত থাকে।সমাজবাদত ব্যক্তিগত সম্পত্তিৰ স্থান নাই;সকলো সম্পত্তিৰ গৰাকী চৰকাৰ বা ৰাষ্ট্ৰহে।
#অৰ্থনৈতিক পৰিকল্পনা: পুঁজিবদৰ মুক্ত অৰ্থব্যৱস্থাৰ বিপৰীতে,সমাজবাদত থাকে কেন্দ্ৰীয় পৰিকল্পনা।
#বিশেষ উদ্দেশ্য আৰু লক্ষ্য: পৰিকল্পিত অৰ্থনীতিৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে;যেনে:-ৰাষ্ট্ৰীয় আয়ৰ উচ্চতৰ হাৰ বৃদ্ধি, স্বাৱলম্বিতা লাভ কৰা আৰু লাভ কৰিব পৰা নিৰ্দ্ধাৰিত লক্ষ্য।
#অৰ্থনৈতিক শ্ৰেণীহীন সমাজ:সমাজবাদী অৰ্থনীতিত কোনো শ্ৰেণী সংঘাট নাথাকে।সমাজবাদী সমাজ শ্ৰেণীহীন সমাজ।<ref>অৰ্থবিজ্ঞান : ভৱানন্দ ডেকা আৰু ৰবীন্দ্ৰ চৌধুৰী</ref>
 
===মিশ্ৰ অৰ্থনীতি===
উৎপাদন,বিতৰণ আদি কাৰ্য্যৰ ক্ষেত্ৰত ব্যক্তিক পূৰ্ণস্বাধীনতা প্ৰদান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূৰ্ণ অৱলুপ্তিকৰণ কোনোটোৱেই গ্ৰহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বীতিয় মহাযুদ্ধৰ পৰৱৰ্তী কালত এক নতুন চিন্তাধাৰাৰ উদ্ৰেক হল আৰু তাৰ ফলস্বৰূপে 'মিশ্ৰ অৰ্থনীতি' নামৰ এক