অৰ্থব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
ইয়াৰিও, সাম্প্ৰতিক সময়ত আৰু এক তৃতীয় ব্যৱস্থা উদ্ভাৱন কৰা হৈছে যাক কোৱা হয়
#[[মিশ্ৰ অৰ্থব্যৱস্থা]] বা মিশ্ৰিত অৰ্থনীতি(Mixed Economy)
----
===পুঁজিবাদ===
ধনতন্ত্ৰ বা পুঁজিবাদ শব্দটো বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰে।মুলত , যি অৰ্থব্যৱস্থাত উৎপাদনৰ উপাদান সমুহ(Means of Production)ব্যক্তিগত মালিকিস্বত্বৰ অধিনতথাকে তাকে পুঁজিবাদ বা পুঁজিবাদি অৰ্থব্যৱস্থা বোলে।কাৰ্লমাৰ্ক্সৰ মতে,"Capitalism is an economic
Line 22 ⟶ 23:
#ভোক্তাৰ সাৰ্বভৌমত্ব(Consumers' sovereignty):- পুঁজিবাদত গ্ৰাহকেই মূল।এই ব্যৱস্থাত যেনেকৈ উৎপাদনকাৰী সকলে লাভৰ চিন্তাৰে পৰিচালিত হৈ উৎপাদন কাৰ্য্য চলাই, ঠিক সেইদৰে গ্ৰাহক সকলেও নিজৰ ইচ্ছা , পছণ্ড বা ৰুচি মতে দ্ৰব্য ক্ৰয় কৰে।এনে অৱস্থাত সেয়ে দ্ৰব্যৰ উৎপাদন,উৎপাদনৰ পৰিমান ,গুণাগুণ, ইত্যাদি ভোক্তাৰ নিৰ্দেশ অনুসৰিহে স্থিৰ হয়।
#নিয়ন্ত্ৰনহীন মুল্যব্যৱস্থা(Free price Mechanism):-পুজিবাদৰ আন এক বৈশিষ্ট্য হ'ল মুক্ত দৰ নীতি। এই ব্যৱস্থাত দ্ৰব্যৰ দৰ কেৱল 'চাহিদা' আৰু 'যোগান' -এই দুই শক্তিৰ দ্বাৰাহে নিৰ্ণয় হয়। ভোক্তাৰ চাহিদা আৰু উৎপাদনকাৰী]]ৰ যোগান এই দুই শক্তিৰ প্ৰভাৱত স্বয়ংক্ৰিয় ভাবে দ্ৰব্যৰ দৰ নিৰ্দ্ধাৰিত হয়। আন কোনো শক্তিয়ে ইয়াত প্ৰভাব পেলাব নোৱাৰে।
----
 
===সমাজবাদ===
সমাজবাদ(socialism): সমাজবাদী অৰ্থব্যৱস্থা বা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আতাইবোৰ গুৰুত্বপুৰ্ণ কামকাজ পৰিচালনা কৰে।অৰ্থাৎ এই ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ সম্পুৰ্ণ বিপৰিত।কাৰ্লমাৰ্ক্সে সমাজবাদৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে।মাৰ্ক্সৰ ১৮৬৭চনত প্ৰকাশিত গ্ৰন্থ DAS CAPITALয়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।<ref>DAS CAPITAL</ref>
Line 30 ⟶ 31:
#বিশেষ উদ্দেশ্য আৰু লক্ষ্য: পৰিকল্পিত অৰ্থনীতিৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে;যেনে:-ৰাষ্ট্ৰীয় আয়ৰ উচ্চতৰ হাৰ বৃদ্ধি, স্বাৱলম্বিতা লাভ কৰা আৰু লাভ কৰিব পৰা নিৰ্দ্ধাৰিত লক্ষ্য।
#অৰ্থনৈতিক শ্ৰেণীহীন সমাজ:সমাজবাদী অৰ্থনীতিত কোনো শ্ৰেণী সংঘাট নাথাকে।সমাজবাদী সমাজ শ্ৰেণীহীন সমাজ।<ref>অৰ্থবিজ্ঞান : ভৱানন্দ ডেকা আৰু ৰবীন্দ্ৰ চৌধুৰী</ref>
----
 
===মিশ্ৰ অৰ্থনীতি===
উৎপাদন,বিতৰণ আদি কাৰ্য্যৰ ক্ষেত্ৰত ব্যক্তিক পূৰ্ণস্বাধীনতা প্ৰদান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূৰ্ণ অৱলুপ্তিকৰণ কোনোটোৱেই গ্ৰহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বীতিয় মহাযুদ্ধৰ পৰৱৰ্তী কালত এক নতুন চিন্তাধাৰাৰ উদ্ৰেক হল আৰু তাৰ ফলস্বৰূপে 'মিশ্ৰ অৰ্থনীতি' নামৰ এক
Line 42 ⟶ 43:
:৩.এই অৰ্থব্যৱস্থাত পুঁজিবাদৰ দৰে সম্পত্তিৰ ওপৰত ব্যক্তিগত মালিকীস্বত্ব থাকে।উৎপাদনৰ উপাদান সমুহ ব্যক্তি বা ব্যক্তিগত অনুষ্ঠানৰ অধীনত থাকে।
:৪.পুঁজিবাদী অৰ্থব্যৱস্থাৰ দৰে ইয়াত ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য ব্যক্তিগত লাভ অৰ্জন।কিন্তু ব্যক্তিগত লাভ অৰ্জন আৰু সামুহিক কল্যান সাধন- এই দুই লক্ষ্যৰ যাতে কোনো বিৰোধ নঘটে তালৈ সততে লক্ষ্য ৰখা হয়।
----
====তথ্য সূত্ৰ====
#DUS CAPITAL
#অৰ্থবিজ্ঞান : ভৱানন্দ ডেকা আৰু ৰবীন্দ্ৰ কুমাৰ চৌধুৰী