অৰ্থব্যৱস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
25 নং শাৰী:
----
===সমাজবাদ===
সমাজবাদ(socialism): সমাজবাদী অৰ্থব্যৱস্থা বা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আতাইবোৰ গুৰুত্বপুৰ্ণ কামকাজ পৰিচালনা কৰে।অৰ্থাৎ এই ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ সম্পুৰ্ণ বিপৰিত।কাৰ্লমাৰ্ক্সে সমাজবাদৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে।মাৰ্ক্সৰ ১৮৬৭চনত প্ৰকাশিত গ্ৰন্থ DAS CAPITALয়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।CAPITAL<ref>DAS CAPITALhttp://en.wikipedia.org/wiki/Das_Kapital</ref>
য়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।
 
===সমাজবাদৰৰ বৈশিষ্ট্য===
#ব্যক্তিগত সম্পত্তিৰ বিলুপ্তিকৰণ:উৎপাদনৰ উপাদান সমুহৰ মালিকীস্বত্ব ব্যক্তিৰ পৰিৱৰ্তে সমাজ বা ৰাষ্ট্ৰৰ হাতত থাকে।সমাজবাদত ব্যক্তিগত সম্পত্তিৰ স্থান নাই;সকলো সম্পত্তিৰ গৰাকী চৰকাৰ বা ৰাষ্ট্ৰহে।