দল-হৰিণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :en:Barasingha
No edit summary
25 নং শাৰী:
দল-হৰিণা মধ্যমীয়া আকাৰৰ পহুৰ প্ৰজাতি ৷ ইয়াৰ দেহৰ উচ্চতা প্ৰায় ১৩০ ছে: মি: আৰু ওজন প্ৰায় ১৮০ কি:গ্ৰা: হয় ৷ দেহৰ বৰণ মটীয়া ৷ প্ৰজননৰ সময়ত দেহৰ বৰণ গাঢ় হৈ পৰে ৷ মতা দল-হৰিণাৰ দীঘল শিং থাকে ৷
 
==বিতৰণ তথা বসতিস্হলবসতিস্থল==
[[File:Cervus duvauceli branderi.jpg|thumb|[[কানহা ৰাষ্ট্ৰীয় উদ্যান]]ত দলহৰিণা]]
এসময়ত দল-হৰিণা ভাৰত-বৰ্ষৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা গৈছিল ৷ কিন্তু বৰ্তমান নানা কাৰণত ইয়াক কেৱল উত্তৰ-প্ৰদেশ, অসম আৰু মধ্যপ্ৰদেশৰ সংৰক্ষিত বনাঞ্চলত দেখা যায়৷ উত্তৰ-পূব ভাৰতত এই প্ৰাণীবিধ প্ৰধানকৈ অসমত দেখা পোৱা যায়৷<ref>Choudhury, A. U. (1997) ''Checklist of the mammals of Assam''. Revised 2nd edition. Gibbon Books & Assam Science Technology & Environment Council, Guwahati, India. 103pp. ISBN 81-900866-O-X</ref> অসমৰ [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]] আৰু [[মানাহ ৰাষ্ট্ৰীয় উদ্যান]] এই প্ৰজাতিৰ মূখ্য বসতিস্হল৷<ref>Choudhury, A.U.(2004). ''Kaziranga: Wildlife in Assam''. Rupa & Co., New Delhi.</ref><ref>Choudhury, A. U. (1987). ''Railway threat to Kaziranga''. 'Oryx' 21: 160–163.</ref><ref>Choudhury, A. U. (1986). ''Manas Sanctuary threatened by extraneous factors.'' The Sentinel 16 February.</ref>অৰুণাচল প্ৰদেশত ইয়াক ইতিমধ্যে লুপ্তপ্ৰায় বুলি গণ্য কৰা হয়৷<ref>Choudhury, A. U. (2003). ''The mammals of Arunachal Pradesh''. Regency Publications, New Delhi. 140pp.</ref>
36 নং শাৰী:
দল-হৰিণা সাধাৰণতে তৃণভোজী৷ মূলত: গছৰ পাত আৰু ঘাঁহ খাদ্য হিচাপে গ্ৰহণ কৰে৷<ref name="prater"/>
 
== স্হিতিস্থিতি তথা সংৰক্ষণ==
 
দল-হৰিণাক আই.ইউ. চি. এন (IUCN) ৰ তালিকাত বিলুপ্তপ্ৰায় (Endangered) প্ৰাণী বুলি ঘোষণা কৰা হৈছে৷ বনাঞ্চল ধ্বংস, জলাহ ভূমিৰ খেতিৰ বাবে ৰূপান্তৰণ আদিৰ বাবে এই প্ৰাণী বিধৰ প্ৰাকৃতিক বসতিস্হল ক্ৰমান্বয়ে লোপ পাই আহিবলৈ ধৰিছে৷ তাৰোপৰি দল-হৰিণাক ইয়াৰ শিঙৰ বাবেও চিকাৰ কৰা হয় বুলি জনা যায়৷
"https://as.wikipedia.org/wiki/দল-হৰিণা"ৰ পৰা অনা হৈছে