ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অলপ ভাঙনি |
No edit summary |
||
16 নং শাৰী:
এই পাঠখিনি '''<nowiki>==তথ্যসূত্ৰ==</nowiki>''' অনুচ্ছেদৰ শিৰোনামাৰ ঠিক তলতে থাকিব লাগে। এই অনুচ্ছেদটো নাথাকিলে যোগ দিয়ক (শিৰোনামা আৰু "Reflist" বা "references" পাঠৰ সৈতে)। ইয়াক প্ৰবন্ধটোৰ তলফালে, "বহিঃ সংযোগ"ৰ ঠিক ওপৰত ৰাখক (যদি সেইটো থাকে)।
আপোনৰা সম্পাদনা সাঁচি ৰখাৰ পিছত ৰেফ্ টেগ্টোৱে উৎসৰ উদ্ধৃতিটো এটা পাদটীকা ৰেফাৰেন্সলৈ সলনি কৰিব (এইটোৰ দৰে<small><sup><font color=#002BB8>[1]</font></sup></small>)। উদ্ধৃতিৰ পাঠখিনি প্ৰান্ধটোৰ তলত তথ্যসূত্ৰ অনুচ্ছেদত দেখা যাব।
ৰেফ্ টেগৰ ভিতৰত দিয়া আপোনাৰ উৎসটো যদি এটা বাহিৰা ৱেবছাইট, তেন্তে তাৰ ঠিকনাটো (URL) "এটা" আয়তাকাৰ বন্ধনীৰ মাজত লিখক, লগত অলপ পাঠ লিখক। তেতিয়া সেইটো এটা সংযোগ হিছাপে দেখা যাব। যেনে:
: <nowiki><ref>[http://www.
বাধ্যতামূলক নহয় যদিও পাদটীকাত ইয়াতকৈ অধিক তথ্য থকাটো বাঞ্চনীয়। উদাহৰণস্বৰূপে তলৰ পাদটীকাটো চাওক:
: <tt><nowiki><ref>
ভঙা সংযোগ পৰিহাৰ কৰিবলৈ [[Wikipedia:Bare URLs|মুক্ত URL]] ব্যৱহাৰ নকৰাই ভাল।
Although material that is from external websites is a common reference source, Wikipedia has no preference for online sources. If your source is a book, journal, magazine, newspaper article, documentary or other source, then you would place identification information about that source between the ref tags.
|