পদ্মশ্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
20 নং শাৰী:
| followedby = ''<নাই>''
}}
'''পদ্মশ্ৰী''' পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত৷ ইয়াৰ স্মাৰকটোও [[পদ্ম বিভূষণ]] আৰু [[পদ্মভূষণ]] থকা স্মাৰকটোৰ দৰেই৷ ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ [[পদুম]] ফুলৰ প্ৰতীক খোদিত কৰা হয়৷ আনটো ফালে [[ৰাষ্ট্ৰীয় প্ৰতীক]]টো অংকন কৰা থাকে৷
==পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা==
 
 
'''পদ্মশ্ৰী ''' [[ভাৰত|ভাৰতৰ]] [[ভাৰত চৰকাৰ|চৰকাৰে]] প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। [[শিল্পকলা]], [[শিক্ষা]], [[বাণিজ্য]], [[সাহিত্য]], [[বিজ্ঞান]], [[ক্ৰীড়া]], [[সমাজ সেৱা]] আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে]] এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
 
২০০৯ চনলৈকে মুঠ ২২৫৫ জন ব্যক্তিয়ে এই সম্মান লাভ কৰিছে।<ref>{{cite web|title=Padma Shri Awardees|publisher=[[Ministry of Communications and Information Technology (India)|Ministry of Communications and Information Technology]]|url=http://india.gov.in/myindia/padmashri_awards_list1.php|accessdate=2009-06-28}}</ref>
 
==বঁটাৰ গঠন==
'''পদ্মশ্ৰী''' পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত৷ ইয়াৰ স্মাৰকটোও [[পদ্ম বিভূষণ]] আৰু [[পদ্মভূষণ]] থকা স্মাৰকটোৰ দৰেই৷ ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ [[পদুম]] ফুলৰ প্ৰতীক খোদিত কৰা হয়৷ আনটো ফালে [[ৰাষ্ট্ৰীয় প্ৰতীক]]টো অংকন কৰা থাকে৷ পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।
 
==পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা==
* [[পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৫৪–১৯৫৯)]]
* [[পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৬০–১৯৬৯)]]
Line 31 ⟶ 37:
* [[পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০০০–২০০৯)]]
* [[পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০১০–২০১৯)]]
 
 
== তথ্য সংগ্ৰহ==
{{Reflist}}
 
== বাহ্যিক সংযোগ ==
{{commonscat| Padma Shri |পদ্মশ্ৰী}}
* {{cite web|title=Padma Awards|publisher=[[Ministry of Communications and Information Technology (India)|Ministry of Communications and Information Technology]]|url=http://india.gov.in/myindia/padma_awards.php}}
* {{cite web|title=Padma Awards Directory (1954-2007)|publisher=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]]|date=2007-05-30|url=http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf|format=PDF}}
 
 
"https://as.wikipedia.org/wiki/পদ্মশ্ৰী"ৰ পৰা অনা হৈছে