ৱৰ্ল্ড ৱাইড ৱেব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :yi:World Wide Web
(edited with ProveIt)
1 নং শাৰী:
{{Web-stub}}
 
{{Infobox product
Line 6 ⟶ 5:
|caption = [[ৰবাৰ্ট কাইলিয়াউ]]য়ে বনোৱা দ্য ৱেবৰ ঐতিহাসিক ল'গ'
|inventor = [[টিম বাৰ্নাৰ্ছ লী]]
|launch year = 1991১৯৯১
|company = [[চাৰ্ন]]
|available = বিশ্বব্যাপী
Line 13 ⟶ 12:
ৱৰ্ল্ড ৱাইড ৱেব ({{Lang-en|World Wide Web}}) বা '''ডব্লিউ ডব্লিউ ডব্লিউ''' (WWW) বা '''ডব্লিউ থ্ৰী''' (W3) বা সাধাৰণভাৱে '''দা ৱেব''' (the Web) হ’ল [[ইণ্টাৰনেট]]ত উপলব্ধ পৰস্পৰৰ লগত [[হাইপাৰটেক্সট]]ৰে (hypertext) সংযুক্ত [[তথ্য]]ৰে গঠিত এটা [[তথ্য প্ৰযুক্তি|তথ্য প্ৰযুক্তিগত]] প্ৰণালী বা তন্ত্ৰ (System)।
 
বৃটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিষেশজ্ঞ চাৰ [[টিম বাৰ্নাৰ্ছ লী]]য়ে ১৯৮৯ চনৰ মাৰ্চ মাহত পুৰণা হাইপাৰটেক্সটৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰস্তাব দিয়ে, তেওঁ বৰ্তমান ৱৰ্ল্ড ৱাইড ৱেব কনষ্ট্ৰিয়ামৰ (World Wide Web Consortium) ডাইৰেক্টৰ । ১৯৯০ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত চাৰ্ন (CERN) ৰ মুখ্য কাৰ্য্যালয়ত [[টিম বাৰ্নাৰ্ছ লী|বাৰ্নাৰ্ছ লী]] আৰু বেলজিয়ানৰ কম্পিউটাৰ বিজ্ঞানী ৰ’বাৰ্ট কাইলিয়াউএ হাইপাৰটেক্সট ব্যৱহাৰ কৰাৰ প্ৰস্তাব দিয়ে আৰু ডিচেম্বৰ মাহত প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা ভাৱে প্ৰকাশ কৰে ।
 
==ইতিহাস==
বৃটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিষেশজ্ঞ চাৰ [[টিম বাৰ্নাৰ্ছ লী]]য়ে ১৯৮৯ চনৰ মাৰ্চ মাহত পুৰণা হাইপাৰটেক্সটৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰস্তাব দিয়ে, তেওঁ বৰ্তমান ৱৰ্ল্ড ৱাইড ৱেব কনষ্ট্ৰিয়ামৰ (World Wide Web Consortium) ডাইৰেক্টৰ । ১৯৯০ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত চাৰ্ন (CERN) ৰ মুখ্য কাৰ্য্যালয়ত [[টিম বাৰ্নাৰ্ছ লী|বাৰ্নাৰ্ছ লী]] আৰু বেলজিয়ানৰ কম্পিউটাৰ বিজ্ঞানী ৰ’বাৰ্ট কাইলিয়াউএ হাইপাৰটেক্সট ব্যৱহাৰ কৰাৰ প্ৰস্তাব দিয়ে আৰু ডিচেম্বৰ মাহত প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা ভাৱে কৰে ।
 
Popular Science আলোচনীৰ ১৯৭০ চনৰ মে মাহৰ সংখ্যাত আৰ্থাৰ চি ক্লৰ্কে ভৱিষ্যবাণী কৰিছিল "এদিন উপগ্ৰহৰ সহায়ত জেৰ'ক্স , টেলিফ'ন, টেলিভিছন আৰু এটা সৰু কম্পিউটাৰ, আৰু তথ্য সাৰবৰাহ তথা ভিডিঅ' ক'নফাৰেন্স ব্যৱহাৰ কৰি পৃথিৱীৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ আপোনাৰ আঙুলিৰ মুৰত আনিব পৰা যাব।"
 
১৯৮৯ চনৰ মাৰ্চ মাহত [[টিম বাৰ্নাৰ্ছ লী]]য়ে এক প্ৰস্তাৱ দিয়ে য'ত তেওঁ ১৯৮০ নিজে নিৰ্মান কৰা এক ডেটাবেছ আৰু চফ্টৱেৰ প্ৰ্কল্প ENQUIRE ৰ উল্লেখ কৰে। ৰ’বাৰ্ট কাইলিয়াউৰ সহায়ত ১৯৯০ চনৰ ১২ নৱেম্বৰত ক্লায়েণ্ট-ছাৰ্ভাৰ স্থাপত্য (client–server architecture) ব্যৱহাৰ কৰি ব্ৰাউজাৰত "হাইপাৰটেক্সট ডকুমেন্ট" (hypertext document) "জাল" (web) হিচাপে প্ৰদৰ্শন কৰিব পৰা "ৱৰ্ল্ড ৱাইড ৱেব" নামৰ "হাইপাৰটেক্সট প্ৰকল্প" (Hypertext project) এটাৰ প্ৰাসঙ্গীক প্ৰস্তাৱ দিয়ে।
 
১৯৯১ চনৰ আগস্ত মাহৰ ৬ তাৰিখে [[টিম বাৰ্নাৰ্ছ লী]]য়ে ৱৰ্ল্ড ৱাইড ৱেবৰ বিষয়ে alt.hypertext newsgroup ত এটা চুটি সাৰাংখ লিখে। এই তাৰিখটোকে ইন্টাৰনেটত ৱেব ৰাজহুৱাভাৱে উপলব্ধ হোৱাৰ প্ৰথম তাৰিখ বুলি চিহ্ণিত কৰা হয়। ১৯৯২ বাৰ্নাৰ্ছ লীয়ে প্ৰথম ফ'টো আপল'ড কৰে।
 
ইউৰোপৰ বাহিৰত SPIRES-HEP ডেটাবেছক হ'ষ্ট কৰিবলৈ SLAC ত প্ৰথমটো ছাৰ্ভাৰ স্থাপন কৰা হয়।
[[শ্ৰেণী:ইণ্টাৰনেট]]
[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]