ৱিকিপিডিয়া:সহায়িকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অলপ ঠিক-ঠাক
links
7 নং শাৰী:
==ৱিকিপিডিয়া সম্পাদনা সহায়িকা – ভূমিকা==
[[File:Wikipedia video tutorial-1-Editing-en.ogv|right|thumb|360px|ৱিকিপিডিয়াৰ সম্পাদক হোৱাৰ সহায়ক ভিডিঅ' (ইং)]]
[[ৱিকিপিডিয়া]] এখন যুটীয়াভাবে সংকলিত বিশ্বকোষ। ইয়াত '''আপুনি'''ও অংশগ্ৰহণ কৰিব পাৰে। এই সহায়িকা আপোনালোকক [[:en:Wikipedia:Who writes Wikipedia|সম্পাদনাৰ কামত]] সহায় কৰিবলৈ লিখা হৈছে।
 
ইয়াৰ পৃষ্ঠাসমূহত ৱিকিপিডিয়াৰ প্রবন্ধসমূহৰ আংগিক আৰু বিষয়বস্তু, ৱিকিপিডিয়াৰ সভ্যসকল, ৱিকিপিডিয়াৰ নীতি-নিৰ্দেশনাসমূহ তথা কামৰ ধৰণ আদি সম্পৰ্কীয় তথ্য যোগান ধৰা হৈছে।