চাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
infobox + অলপ বিস্তাৰ
1 নং শাৰী:
{{About|পানীয় বিধ|গছজোপা|চাহ গছ}}
{{Cleanup}}
{{Infobox beverage
{{stub}}
|name = চাহ
|original_name = চাহ
|type = গৰম বা ঠাণ্ডা [[পানীয়]]
|bgcolor = Sienna
|image = [[File:Masala Chai.JPG|225px]]
|caption = [[ভাৰতীয় উপমহাদেশ]]ৰ জনপ্ৰিয় '''মচলা চাহ''', ছবিত ইয়াক বিস্কুটৰ লগত পৰিবেশন কৰা দেখা গৈছে
|origin = [[চীন গণৰাজ্য|চীন]]
|introduced =প্ৰায় খ্ৰীষ্টপূৰ্ব দশম শতিকাত<ref name="encarta">{{cite web|url=http://encarta.msn.com/encyclopedia_761563182/Tea.html|title=Tea|publisher=Encarta|accessdate=2008-07-23 |archiveurl=http://web.archive.org/web/20080308234307/encarta.msn.com/encyclopedia_761563182/Tea.html |archivedate=2008-03-08}}</ref>
|color = প্ৰস্তুত প্ৰণালী অনুসৰি বিভিন্ন ৰঙৰ হয়
}}
 
'''চাহ''' ({{Lang-en|Tea}}) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু [[চাহ গছ]]ৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সুৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে: [[চেনি]], [[গাখীৰ]] আদিও সংযোগ কৰা হয়।
 
[[পানী]]ৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়।<ref name="Macfarlane">{{cite book|author=Alan Macfarlane|coauthors=Iris Macfarlane|title=The Empire of Tea|publisher=The Overlook Press|isbn=1-58567-493-1|page=32|year=2004}}</ref>
[[চিত্ৰ:Tea leaves steeping in a zhong čaj 05.jpg|180px|right|thumb|চাহ পাত]]
'''চাহ''' বা চীনা ভাষাৰ শব্দ। বৰ্তমান [[টাইৱান]] দ্বীপৰ বিপৰীতে থকা [[চীন]]ৰ ফুকিয়ান প্ৰদেশত চাহক টি (Te) বুলিছিল । ইংৰাজ সদাগৰ সকলে এই প্ৰদেশৰ এময় (Amoy) বন্দৰৰ মাজেদি বেহা-বেপাৰ কৰোতে চাহৰ সংস্পৰ্শলৈ আহে আৰু এই টি শব্দটোৰে অপভ্ৰংশ ইংৰাজী ভাষাৰ টি (Tea) শব্দ, যাক অসমীয়া ভাষাত চাহ বোলে। চাহ প্ৰথমেত ক'ত আৱিষ্কাৰ হৈছিল সঠিককৈ ক'ব নোৱাৰি। খ্ৰীষ্টজন্মৰ আগেৰ পৰাই [[চীন]],[[ম্যানমাৰ]] আৰু [[থাইলেণ্ড]]ৰ কোনো কোনো ঠাইত চাহ জাতীয় এবিধ পানীয়ৰ প্ৰচলন আছিল বুলি জনা যায়। ঐতিসাহিক তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭০০-অত চীনত চাহ খোৱা প্ৰথাৰ প্ৰচলন আছিল ।
 
==নামৰ উৎপত্তি==
চাহৰ ইংৰাজী প্ৰতিশব্দ '''চাহটি''' বা(Tea) চীনা ভাষাৰ শব্দ। বৰ্তমান [[টাইৱান]] দ্বীপৰ বিপৰীতে থকা [[চীন]]ৰ ফুকিয়ান প্ৰদেশত চাহক টি (Te) বুলিছিল ।বুলিছিল। ইংৰাজ সদাগৰ সকলে এই প্ৰদেশৰ এময় (Amoy) বন্দৰৰ মাজেদি বেহা-বেপাৰ কৰোতে চাহৰ সংস্পৰ্শলৈ আহে আৰু এই টি শব্দটোৰে অপভ্ৰংশ ইংৰাজী ভাষাৰ টি (Tea) শব্দ, যাক অসমীয়া ভাষাত চাহ বোলে। চাহ প্ৰথমেত ক'ত আৱিষ্কাৰ হৈছিল সঠিককৈ ক'ব নোৱাৰি। খ্ৰীষ্টজন্মৰ আগেৰ পৰাই [[চীন]],[[ম্যানমাৰ]] আৰু [[থাইলেণ্ড]]ৰ কোনো কোনো ঠাইত চাহ জাতীয় এবিধ পানীয়ৰ প্ৰচলন আছিল বুলি জনা যায়। ঐতিসাহিক তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭০০-অত চীনত চাহ খোৱা প্ৰথাৰ প্ৰচলন আছিলআছিল।{{citation needed}}
 
==উৎপাদন==
== অসম আৰু চাহ শিল্প ==
সেৱনৰ ফালৰ পৰা চাহ হৈছে আটাইটকৈ জনপ্ৰিয় উৎপাদিত দ্ৰব্য। কেৱল চাহৰ উৎপাদনে [[কফি]], [[চকলেট]], [[চফ্ট ড্ৰিঙ্ক]], আৰু সুৰাৰ সংগবদ্ধ উৎপাদনৰ সমকক্ষ।<ref name="Macfarlane" /> ২০০৩ চনত বিশ্বৰ মুঠ বাৰ্ষিক চাহ উৎপাদন আছিল ৩২.১ লাখ টন।<ref name=FAOSTAT>Food and Agiculture Oraganization of the United Nations—Production [http://faostat.fao.org/DesktopDefault.aspx?PageID=567&lang=en FAOSTAT]. Retrieved January 9, 2010.</ref> ২০০৮ চনত ই হয় ৪৭.৩ লাখ টন।<ref name=FAOSTAT/> পৃথিৱীৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী দেশকেইখন হৈছে [[চীন গণৰাজ্য]], [[ভাৰত]], [[কেনিয়া]], [[শ্ৰীলঙ্কা]], আৰু [[তুৰস্ক]]।
[[চিত্ৰ:চাহ বাগিছা.JPG|thumb|left|200px|অসমৰ চাহ বাগিছা]]
 
[[অসম]]ৰ প্ৰায় দুই লাখ ত্ৰিশ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু প্ৰায় ৮৫০ খন চাহ বাগিছা ৰাজ্যখনত আছে ৷ পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদক অঞ্চল হিচাপে পৰিগণিত [[অসম]]ৰ প্ৰায় দহ লাখ লোক চাহ উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে জড়িত ৷
=== অসম আৰু চাহ শিল্প ===
[[চিত্ৰ:চাহ বাগিছা.JPG|thumb|left|200px|অসমৰ চাহ বাগিছা]]
[[অসম]]ৰ প্ৰায় দুই লাখ ত্ৰিশ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু প্ৰায় ৮৫০ খন চাহ বাগিছা ৰাজ্যখনত আছে ৷আছে৷ পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদক অঞ্চল হিচাপে পৰিগণিত [[অসম]]ৰঅসমৰ প্ৰায় দহ লাখ লোক চাহ উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে জড়িত ৷জড়িত৷
 
{{-}}
==তথ্যসূত্ৰ==
{{reflist}}
{{stub}}
 
[[Category:উদ্ভিদজগতপানীয়]]
 
[[vep:Čai]]
"https://as.wikipedia.org/wiki/চাহ"ৰ পৰা অনা হৈছে