বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ত্ZWJ -> ৎ
No edit summary
1 নং শাৰী:
{{cleanup}}
[[Category:লোক-সংস্কৃতি]]
[[Category:সংস্কৃতি]]
[[Image:ভাৰতীয় বিবাহ.gif|right|200px]]
 
Line 21 ⟶ 20:
'''বিবাহৰ উদ্দেশ্য''': পত্নী একমাত্ৰ পুৰুষৰ ভোগ বিলাসৰ সামগ্ৰীয়েই নহয় । পত্নী গাৰ্হস্থ ধৰ্ম পালনৰ সহধৰ্মিণী । সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বা ধৰ্মপত্নী বা সহধৰ্মচাৰিণী বুলি কোৱা হয় । মহাভাৰতৰ শান্তিপৰ্বতো কোৱা আছে- ধৰ্মাৰ্থ কাম কালেষু ভাৰ্য্যা পুংসঃ সহায়িনী
অৰ্থাৎ- ধৰ্ম, অৰ্থ, আৰু কাম সাধনৰ ক্ষেত্ৰত ভাৰ্য্যাই একমাত্ৰ পুৰুষৰ সহায়কাৰিণী । পুৰুষ আৰু প্ৰকৃতি অকলশৰীয়া অৱস্থাত প্ৰত্যেকেই অৰ্দ্ধ । পুৰুষৰ অৰ্দ্ধ শৰীৰক পূৰ্ণাঙ্গ কৰিবৰ কাৰণে ভাৰ্য্যা গ্ৰহণ কৰিব লাগে ।<ref>১ মনুস্মৃতি, ৩/২১</ref>
 
[[Category:লোক-সংস্কৃতি]]
[[Category:সংস্কৃতি]]
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে