বিবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
[[Image:ভাৰতীয় বিবাহ.gif|right|200px]]
 
'''বিবাহ''' ({{lang-en|marriage}}) এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়।
'''বিবাহ''' : ’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে । বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায় । যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয় । বিবাহ প্ৰথাটো অতি পুৰণি । [[বেদ]]তো অনেক [[মন্ত্ৰ]]ত বিবাহৰ কথা উল্লেখ আছে ।
 
==উত্পত্তি==
'''বিবাহ''' : ’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছেহৈছে। বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায়বুজায়। যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয় । বিবাহ প্ৰথাটো অতি পুৰণি । [[বেদ]]তো অনেক [[মন্ত্ৰ]]ত বিবাহৰ কথা উল্লেখ আছে ।হয়।
 
==হিন্দু বিবাহ==
বিবাহ প্ৰথাটো অতি পুৰণি । [[বেদ]]তো অনেক [[মন্ত্ৰ]]ত বিবাহৰ কথা উল্লেখ আছে।
 
''সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তে পৰঃ পতিঃ । তৃতীয়োহগ্নিস্তে পতিস্তুৰীয়্ষ্টে মনুস্যজাঃ।।'' ঋগ বেদ ১০/৭/৮০
Line 8 ⟶ 14:
অৰ্থাৎ -"হে কন্যা ! তোমাক প্ৰথমতে [[সোম]], দ্বিতীয়তে [[গন্ধৰ্ব]], তৃতীয়তে [[অগ্নি]] আৰু চতুৰ্থতে মনুষ্যৈ বিবাহ কৰিছিল । তেনেকুৱা তোমাক [[অগ্নি]]য়ে ধন পুত্ৰৰে সৈতে মোক দান কৰিছে ।" বেদত উল্লেখ থকালৈ চাই ক’ব পাৰি য়ে বিবাহ নিশ্চয়কৈ বৈদিক পৰম্পৰা ।
 
==হিন্দু বিবাহ==
[[আৰ্য]] [[হিন্দু]]সকলৰ বিবাহ এটি গুৰুত্বপূৰ্ণ সংস্কাৰ । বিবাহ অনুস্থানত মানৱ জীৱনৰ ঐহিক আৰু পাৰলৌকিক দিশত নানা ধৰণৰ তত্বমূলক কথা জড়িত হৈ আছে । গৃহ্যসূত্ৰ-ৰ মতে গৃহযজ্ঞৰ মূল বিবাহ । হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বন্ধনৰ দ্বাৰা সুখ-শান্তিৰে গৃহস্থাশ্ৰম পালন কৰিব লাগে ।
বিবাহ আঠ প্ৰ্কাৰৰ, - ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ ।
"https://as.wikipedia.org/wiki/বিবাহ"ৰ পৰা অনা হৈছে