বে'লৰ পক্ষাঘাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

infobox , intro, reference
1 নং শাৰী:
{{Infobox disease
মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ নাৰ্ভডাল হ'ল ফেচিয়েল নাৰ্ভ৷ এই নাৰ্ভডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িতহৈ পৰেহি৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই নাৰ্ভৰ যোগেদিহে পৰিচালিত হয়৷ গতিকে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হলে এই সকলোবিলাক ক্ৰিয়া বাধা প্ৰাপ্ত হয়৷
| Name = বেলৰ পক্ষাঘাত (Bell's palsy)
| Image = Bellspalsy.JPG
| Caption = সোঁফালে বেলৰ পক্ষাঘাত হোৱা এজন লোকে দাঁত দেখুৱাবলৈ আৰু চেলাউৰি দাঙিবলৈ কৰা চেষ্টা।
| DiseasesDB = 1303
| ICD10 = {{ICD10|G|51|0|g|50}}
| ICD9 = {{ICD9|351.0}}
| ICDO =
| OMIM =
| MedlinePlus = 000773
| eMedicineSubj = emerg
| eMedicineTopic = 56
| eMedicine_plus = {{eMedicine2|neuro|413}} {{eMedicine2|ent|719}} {{eMedicine2|oph|508}}
| MeshID = D020330
}}
 
'''বেলৰ পক্ষাঘাত''' (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, [[ষ্ট্ৰোক]], [[লাইম ৰোগ]] আদি। যদি পক্ষাঘাতৰ কোনো কাৰণ বিচাৰি পোৱা নাযায় তেতিয়া ইয়াক "বেলৰ পক্ষাঘাত" বোলা হয়। আজিৰ পৰা দুশ বছৰ আগতে স্কটলেণ্ডৰ[[স্কটলেণ্ড]]ৰ চাৰ্লচ বেল নামৰ চিকিৎসকজনে পোন প্ৰথম বাৰৰপ্ৰথমবাৰৰ বাবে ফেচিয়েলএই নাৰ্ভৰ পেৰালাইচিচৰৰোগৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ ফেচিয়েল পালচি" বুলি কোৱা হয়৷
 
মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ নাৰ্ভডালস্নায়ুডাল হ'ল আননী স্নায়ু বা ফেচিয়েল নাৰ্ভ৷ এই নাৰ্ভডালস্নায়ুডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িতহৈজড়িত হৈ পৰেহি৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই নাৰ্ভৰস্নায়ুৰ যোগেদিহে পৰিচালিত হয়৷ গতিকে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচপক্ষাঘাত হলে এই সকলোবিলাক ক্ৰিয়া বাধা প্ৰাপ্তবাধাপ্ৰাপ্ত হয়৷
 
==লক্ষণসমূহ==
মুখ মণ্ডলৰ এফাল হঠাৎতেহঠাতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱৰানোৱাৰা হয়৷হাঁহিলেহয়৷ হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷খাওঁতেপৰে৷ খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাওটি বব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানীবৈপানী বৈ থকা পৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷ পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে৷ আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়৷ ডায়েবেটিচ, গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়৷ ৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়৷ কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়৷ ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়৷ বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে৷ সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা৷
 
==ৰোগৰ কাৰণ==
ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই৷ হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে৷ <ref>[http://www.medicinenet.com/facial_nerve_problems/page3.htm Facial Nerve Problems and Bell's Palsy Information on MedicineNet.com<!-- Bot generated title -->]</ref> কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাটআঘাত বা সংক্ৰমন (ইনফেকচন)ৰসংক্ৰমণৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে৷
 
==ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ==
ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ : - সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়৷ৰোগীৰহয়৷ ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমনসংক্ৰমণ বা আঘাটপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া ঠিৰাং কৰা হয়৷ কেতিয়াবা নাৰ্ভৰ পৰিবহন সমক্ষতা আদিও পৰীক্ষা কৰা হয়৷
 
==চিকিৎসা==
বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়৷এন্টিযায়৷ এন্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ'ল৷ ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায়যায়৷<ref name="Sullivan-NEJM">{{cite journal |author=Sullivan FM |title=Early treatment with prednisolone or acyclovir in Bell's palsy |journal=N. Engl. J. Med. |volume=357 |issue=16 |pages=1598–607 |year=2007 |month=October |pmid=17942873 |doi=10.1056/NEJMoa072006 |url=http://content.nejm.org/cgi/pmidlookup?view=short&pmid=17942873&promo=ONFLNS19 |author-separator=, |author2=Swan IR |author3=Donnan PT |display-authors=3 |last4=Morrison |first4=Jillian M. |last5=Smith |first5=Blair H. |last6=McKinstry |first6=Brian |last7=Davenport |first7=Richard J. |last8=Vale |first8=Luke D. |last9=Clarkson |first9=Janet E.}}</ref><ref name="Salinas RA, Alvarez G, Daly F, Ferreira J 2010 CD001942">{{cite journal |author=Salinas RA, Alvarez G, Daly F, Ferreira J |title=Corticosteroids for Bell's palsy (idiopathic facial paralysis) |journal=Cochrane Database Syst Rev |volume=3 |issue= 3|pages=CD001942 |year=2010 |pmid=20238317 |doi=10.1002/14651858.CD001942.pub4 |url= |editor1-last=Salinas |editor1-first=Rodrigo A}}</ref> ৷বন্ধবন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে৷ ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল৷ কদাচিত মুখায়বৰ বিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়৷
<!--উপসংহাৰ : - ৰোগী আতংকিত মুঠেই হব নালাগে , কিয়নো "বেলচ্ ফেচিয়েল পালচি"ৰ নিৰাময় শতকৰা প্ৰায় এশ ভাগেই সম্ভব৷-->
 
==তথ্যসূত্ৰ==
ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ : - সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়৷ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমন বা আঘাটপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া ঠিৰাং কৰা হয়৷ কেতিয়াবা নাৰ্ভৰ পৰিবহন সমক্ষতা আদিও পৰীক্ষা কৰা হয়৷
{{reflist}}
উপসংহাৰ : - ৰোগী আতংকিত মুঠেই হব নালাগে , কিয়নো "বেলচ্ ফেচিয়েল পালচি"ৰ নিৰাময় শতকৰা প্ৰায় এশ ভাগেই সম্ভব৷
 
[[শ্ৰেণী:চিকিৎসা বিজ্ঞান]]