সাহিত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

{{অসমীয়া সাহিত্য}} removed
র -> ৰ
2 নং শাৰী:
সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে '''সাহিত্য'''। ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা [[ভাষা]] বা জাতি জীয়াই থাকিব নোৱাৰে । সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।
 
==দ্ৰষ্টব্য==
==দ্রষ্টব্য==
*[[অসমীয়া সাহিত্য]]
 
"https://as.wikipedia.org/wiki/সাহিত্য"ৰ পৰা অনা হৈছে