বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অলপ সংশোধন
1 নং শাৰী:
বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ[[অসম]]ৰ কৃষিভিত্তিক জাতীয় উৎসৱ। অসমত তিনিটা বিহু পালন কৰা হয়, বহাগ[[ব’হাগ বিহু]] বা ৰঙালী বিহু (বসন্তৰ বিহু), মাঘ বা [[ভোগালী বিহু]] (খেতি ছপোৱা বিহু) আৰু কাতি বা [[কঙালি বিহু]] (শৰতৰ বিহু)।
 
বিহু সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম ।অপৰিসীম। বিহু উৎসৱ বহু বিৱৰ্তন,পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাইছেহিপাইছেহি। ।গছৰগছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছেহি ।হৈছেহি। প্ৰথমতে চহা লোকশিল্পীয়ে নিৰ্মাণ কৰা বিহুৰ বাদ্য সমূহে বৰ্তমান দক্ষ লোকৰ হাতত পৰি পৰিপূৰ্ণ ৰূপ পাইছেহি ।পাইছেহি। বিহুত ব্যৱহাৰ হোৱা বাদ্যসমূহৰ ক্ষেত্ৰত কিঞ্চিৎ মতভেদ থাকিলেও , এই পৃষ্ঠাত উল্লেখ কৰা বাদ্যসমূহ বিহুৰ মূল বাদ্য বুলি গ্ৰহণ কৰিব পাৰি ।পাৰি।
 
== বিহুত সাধাৰণতে ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহ==
*[[ঢোল]]
*[[পঁপাপেঁপা]]
*[[গগণা]]
*[[সুতুলী]]
*[[বাঁহী]]
*[[টকা (বাদ্যযন্ত্ৰ)|টকা]]
*[[তাল (বাদ্যযন্ত্ৰ)|তাল]]
*[[বীণ]]
*[[জেং টকা বা ধুতং]]
 
 
==বাহিৰৰ তথ্যসম্ভাৰ==
==লগতে পঢ়ক==
* [http://http://www.anvesha.co.in/assamese/bihu.html/ anvesha.co.in- অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহৰ বিষয়ে এটা দ্বিভাষিক ৱেবচাইট]
* [[বিহু]]
* [[বিহু নৃত্য]]
 
 
==তথ্য সংগ্ৰহ==
<references/>
 
==বাহ্যিক সংযোগ==
* [http://http://www.anvesha.co.in/assamese/bihu.html/ anvesha.co.in-] ৱেবছাইটত অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহৰ বিষয়ে এটাথকা দ্বিভাষিকতথ্য ৱেবচাইট]সম্ভাৰ।
 
{{Assam stub}}
 
[[শ্ৰেণী:বিহু]]