ৱিকিপিডিয়া:সাধাৰণ দায়লুপ্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অলপ ভাঙনি
ভাঙনি খটম
1 নং শাৰী:
{{Disclaimer header}}
<div style="text-align: center; font-size: x-large; padding: 1em;">ৱিকিপিডিয়াই বৈধতাৰ কোনো নিশ্চয়তা প্ৰদান নকৰে</div>
 
{{ৱিকিপিডিয়া অনুবাদ}}
 
ৱিকিপিডিয়া এখন অনলাইন মুক্ত-সমল সহযোগিতামূলক বিশ্বকোষ। অৰ্থাত্‍ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱকসকলে মিলিজুলি জ্ঞানৰ ভঁৰাল হিছাপে ইয়াক গঢ়ি তুলিছে। প্ৰকল্পটোৰ গঠনে ইণ্টাৰনেটৰ সুবিধা থকা যিকোনো ব্যক্তিক ইয়াৰ সমল সলনি কৰিবলৈ সুযোগ দিয়ে। মন কৰক যে ইয়াত পোৱা কথাবিলাক বিশেষজ্ঞ ব্যক্তিৰদ্বাৰা পৰীক্ষিত নহ'বও পাৰে, গতিকে তথ্যসমূহ ১০০%ই শুদ্ধ বা সম্পূৰ্ণ বুলি ধৰি লোৱাটো অমূলক।
Line 14 ⟶ 12:
 
=== কোনো চুক্তি নাই; সীমিত অনুজ্ঞাপত্ৰ আছে ===
অনুগ্ৰহ কৰি নিশ্চিত হৈ লওক যে ইয়ালৈ বৰঙণি আগবঢ়োৱা তথ্যসমূহ বিনামূলীয়াকৈ দিয়া হৈছে; আৰু আপোনাৰ লগত এই চাইটৰ গৰাকী, চাইটৰ ব্যৱহাৰকাৰী, চাইটৰ চাৰ্ভাৰৰ গৰাকী, ৱিকিপিডিয়াৰ গাইগুটীয়া অৱদানকাৰী, প্ৰশাসক বা এই প্ৰকল্পৰ সৈতে যিকোনোভাৱে জড়িত কোনো ব্যক্তিৰে চুক্তি স্বাক্ষৰিত হোৱা নাই। এওঁলোক কোনোৱেই আপোনাৰ দাবীৰ লগত সম্পৰ্কিত নহয়। আপোনাক এই চাইটৰ পৰা যিকোনো কথা কপী কৰাৰ স্বাধীনতা দিয়া হৈছে; ইয়াৰ দ্বাৰা ৱিকিপিডিয়াৰ কোনো সদস্য, এজেণ্ট, সংগঠক বা ব্যৱহাৰকাৰীৰ লগত কোনো চুক্তিভিত্তিক বা অচুক্তিভিত্তিক দায়বদ্ধতাৰ সৃষ্টি কৰা হোৱা নাই।
Please make sure that you understand that the information provided here is being provided freely, and that no kind of agreement or contract is created between you and the owners or users of this site, the owners of the servers upon which it is housed, the individual Wikipedia contributors, any project administrators, sysops or anyone else who is in ''any way connected'' with this project or sister projects subject to your claims against them directly. You are being granted a limited license to copy anything from this site; it does not create or imply any contractual or extracontractual liability on the part of Wikipedia or any of its agents, members, organizers or other users.
 
[[:en:Wikipedia:Text of Creative Commons Attribution-ShareAlike 3.0 Unported License|ক্ৰিয়েটিভ কমন্স এট্ৰিবিউছন-শ্বেয়াৰএলাইক ৩.০ আন্‌প'ৰ্টেড লাইচেঞ্চ]] (CC-BY-SA) আৰু [[:en:Wikipedia:Text of the GNU Free Documentation License|জিএনইউ ফ্ৰী ড'কুমেণ্টেছন লাইচেঞ্চ]] (GFDL)ৰ আওতাৰ বাহিৰত এই তথ্যসমূহৰ ব্যৱহাৰ আৰু পৰিৱৰ্তনৰ বাবে '''ৱিকিপিডিয়াৰ আৰু আপোনাৰ মাজত কোনো চুক্তি হোৱা নাই'''। আপুনি ৱিকিপিডিয়া বা ইয়াৰ সহযোগী প্ৰকল্পত লিখা কোনো তথ্য কোনোবাই সলালে, সম্পাদনা কৰিলে, পৰিৱৰ্তন কৰিলে বা আঁতৰালে ৱিকিপিডিয়াৰ কোনো ব্যক্তি দায়ী নহ'ব।
There is '''no agreement or understanding between you and Wikipedia''' regarding your use or modification of this information beyond the [[Wikipedia:Text of Creative Commons Attribution-ShareAlike 3.0 Unported License|Creative Commons Attribution-Sharealike 3.0 Unported License]] (CC-BY-SA) and the [[Wikipedia:Text of the GNU Free Documentation License|GNU Free Documentation License]] (GFDL); neither is anyone at Wikipedia responsible should someone change, edit, modify or remove any information that you may post on Wikipedia or any of its associated projects.
 
=== ট্ৰেড্‌মাৰ্ক ===
ৱিকিপিডিয়াৰ প্ৰবন্ধৰ প্ৰদৰ্শিত, উল্লেখিত বা উদ্ধৃত কোনো ট্ৰেড্‌মাৰ্ক, চাৰ্ভিছ মাৰ্ক, কালেক্‌টিভ মাৰ্ক, ডিজাইন স্বত্ব বা একেধৰণৰ স্বত্ব সেইবোৰৰ নিজ নিজ স্বত্বাধিকাৰীৰ সম্পত্তি। সেইবোৰ ইয়াত ব্যৱহাৰ হোৱাৰ অৰ্থ এই নহয় যে আপুনি CC-BY-SA আৰু GFDL অনুজ্ঞাপত্ৰৰ আওতাৰ বাহিৰত সেইবোৰৰ অন্য ব্যৱহাৰ কৰিব পাৰিব। উল্লেখ নকৰালৈকে ৱিকিপিডিয়া বা ৱিকিমিডিয়া চাইটসমূহ তেনে স্বত্বাধিকাৰীৰ লগত যুক্ত নহয় আৰু গতিকে ৱিকিপিডিয়াই কোনো সংৰক্ষিত বিষয়ৰ ব্যৱহাৰৰ অনুমতি দিব নোৱাৰে। এনেধৰণৰ ব্যৱসায়িক সম্পত্তিৰ ব্যৱহাৰৰ বাবে আপুনি নিজে দায়বদ্ধ।
Any of the trademarks, service marks, collective marks, design rights or similar rights that are mentioned, used or cited in the articles of the Wikipedia encyclopedia are the property of their respective owners. Their use here does not imply that you may use them for any purpose other than for the same or a similar informational use as contemplated by the original authors of these Wikipedia articles under the CC-BY-SA and GFDL licensing schemes. Unless otherwise stated Wikipedia and Wikimedia sites are neither endorsed by nor affiliated with any of the holders of any such rights and as such Wikipedia cannot grant any rights to use any otherwise protected materials. Your use of any such or similar incorporeal property is at your own risk.
 
=== ব্যক্তিত্ব অধিকাৰ ===
ৱিকিপিডিয়াত থকা কোনো বিষয়ে এজন চিনাকী জীৱিত বা সদ্য মৃত ব্যক্তিক চিত্ৰিত কৰিব পাৰে। কপিৰাইট মুক্ত নহ'লে জীৱিত বা সদ্য মৃত ব্যক্তিৰ ছবিৰ ব্যৱহাৰ কোনো কোনো বিচাৰব্যৱস্থাত [[ব্যক্তিত্ব অধিকাৰ]]ৰ দ্বাৰা সীমাবদ্ধ। এনে সমল ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত হওক যে আপুনি ব্যৱহাৰ কৰিব খোজা ধৰণে তাক ব্যৱহাৰ কৰাৰ আইনগত অধিকাৰ আপোনাৰ আছে। ''আপুনি যে কাৰো ব্যক্তি অধিকাৰ লঙ্ঘন কৰা নাই, সেয়া নিশ্চিত কৰাৰ দায়িত্ব কেৱল আপোনাৰ।''
Wikipedia contains material which may portray an identifiable person who is alive or deceased recently. The use of images of living or recently deceased individuals is, in some jurisdictions, restricted by laws pertaining to [[personality rights]], independent from their copyright status. Before using these types of content, please ensure that you have the right to use it under the laws which apply in the circumstances of your intended use. ''You are solely responsible for ensuring that you do not infringe someone else's personality rights.''
 
=== সমলৰ আইনগত অধিকাৰ আৰু বৈধতা ===
ৱিকিপিডিয়াৰ তথ্যসমূহৰ প্ৰকাশ আপুনি যি দেশৰ পৰা এই তথ্যসমূহ প্ৰত্যক্ষ কৰিছে সেই দেশৰ বিচাৰব্যৱস্থা অনুসৰি আইন উলঙ্ঘন হ'ব পাৰে। ৱিকিপিডিয়াৰ তথ্যসমূহ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ [[ফ্ল'ৰিডা]] ৰাজ্যত থকা এটা চাৰ্ভাৰত সংৰক্ষণ কৰা হৈছে, আৰু ইয়াক তাৰ আঞ্চলিক আৰু ফেডাৰেল আইনৰ অধীনত চোৱাচিতা কৰা হয়। আপোনাৰ দেশৰ আইনৰ হয়তো সেই আইনৰ লগত সাদৃশ্য নাথাকিব পাৰে। ৱিকিপিডিয়াই কোনো আইন উলঙ্ঘনক উৎসাহিত নকৰে। আপুনি এই ডমেইনৰ বিভিন্ন লিংকত থকা কোনো তথ্য ব্যৱহাৰ, পুনৰ্ব্যৱহাৰ বা পুনৰ্প্ৰকাশ কৰিলে ৱিকিপিডিয়াই কোনো আইন ভঙ্গৰ দায়িত্ব গ্ৰহণ নকৰে।
Publication of information found in Wikipedia may be in violation of the laws of the country or jurisdiction from where you are viewing this information. The Wikipedia database is stored on a server in the State of [[Florida]] in the [[United States of America]], and is maintained in reference to the protections afforded under local and federal law. Laws in your country or jurisdiction may not protect or allow the same kinds of speech or distribution. Wikipedia does not encourage the violation of any laws; and cannot be responsible for any violations of such laws, should you link to this domain or use, reproduce, or republish the information contained herein.
 
=== কোনো পেছাগত পৰামৰ্শ নহয় ===
যদি আপোনাক কোনো সুনিৰ্দিষ্ট পৰামৰ্শৰ প্ৰয়োজন (যেনে- চিকিৎসা সম্পৰ্কীয়, আইনী, অৰ্থনৈতিক, বা বিপদাশঙ্কা ব্যৱস্থাপনা), অনুগ্ৰহ কৰি এজন বিশেষজ্ঞ বা তেনে ক্ষেত্ৰত অনুজ্ঞাপত্ৰ থকা ব্যক্তিৰ শৰণাপন্ন হওক।
If you need specific advice (for example, medical, legal, financial, or risk management) please seek a professional who is licensed or knowledgeable in that area.
 
{{[[শ্ৰেণী:ৱিকিপিডিয়া অনুবাদ}}দাযলুপ্তি]]
 
[[af:Wikipedia:General disclaimer]]