ৱিকিপিডিয়া:ইতিবৃত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''ৱিকিপিডিয়া''' ({{IPAc-en|audio=En-uk-Wikipedia.ogg|ˌ|w|ɪ|k|ɨ|ˈ|p|iː|d|i|.|ə}} বা {{IPAc-en|audio=en-us-Wikipedia.ogg|ˌ|w|ɪ|k|i|ˈ|p|iː|d|i|.|ə}} {{respell|WIK|i|PEE|dee-ə}}) হৈছে অব্যৱসায়ীক [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন]] সমৰ্থিত এখন [[বিনামূলীয়া বিষয়বস্তু|মুক্ত]], [[ৱৰ্ল্ড ৱাইড ৱেব|ৱেব-ভিত্তিক]], [[সহযোগীতামূলক লেখা|সহযোগীতামূলক]], [[বহুভাষাবাদ|বহুভাষিক]] [[বিশ্বকোষ]] প্ৰকল্প।
 
{{About Wikipedia}}
 
অসমীয়া গণবিশ্বকোষ (Assamese Open Content Wikipedia) হৈছে ৱিকিপিডিয়া বৃহত্তৰ প্ৰকল্পৰ এক অংশ। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰা। সাৰ্বজনীন চফ্টৱেৰে আৰু কন্টেন্ট আন্দোলনৰ (open source software and content movement) ব্যাপক জনসমৰ্থন আৰু সুফলৰ এক উৎকৃষ্ট উদাহৰণস্বৰুপ এই গণবিশ্বকোষৰ ২০০১ চনত আৰম্ভ হোৱা ইংৰাজী সংকলনটোত বৰ্তমান প্ৰায় দেৰ লাখতৈকও অধিক উৎকৃষ্ট মানৰ প্ৰবন্ধ আছে। ইয়াৰেই অনুকৰণ কৰি ভগ্নী প্ৰকল্প হিচাবে সৃষ্টি কৰা প্ৰায় শতাধিক পৃথিৱীৰ অন্যান্য বিভিন্ন ভাষাৰ সাৰ্বজনীন গণবিশ্বেকাষ নিত্যবৰ্ধিত সংখ্যাইও এই প্ৰকল্পৰ কলেৱৰ বৃদ্ধিত অৰিহনা যোগাইছে। অসমীয়া ৱিকিপিডিয়া ২০০২ চনৰ জুলাই মাহত আৰম্ভ কৰা হয়৷