অসমীয়া লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

38 নং শাৰী:
{{Main|অসমীয়া ভাষা}}
===স্বৰবৰ্ণ===
অসমীয়া ভাষাত স্বৰবৰ্ণৰ আখৰ ১১টা- অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ। এই সকলোবোৰ [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[বাংলা ভাষা|বাংলা]] দুয়োটা ভাষাতে ব্যৱহাৰ কৰা হয়। আনহাতে অসমীয়া স্বৰধ্বনি হ'ল ৮ টা আৰু এই কেইটা হ'ল- অ (ɒ), অ' (ɔ), আ (a), ই (i), উ (u), এ (ɛ), এ' (e), ও (o)। ই (i) আৰু উ (u) স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা- বাংলা বা হিন্দীৰ দৰে অসমীয়াত ই আৰু উ বৰ্ণৰ হস্ৰ আৰু দীৰ্ঘ দুটা ৰূপ নাই। অ' (ɒ) আৰু এ' (e) এই ধ্বনি সূচোৱা কোনো আখৰ অসমীয়া বৰ্ণমালাত নাই। সেয়েহে এই দুটা ধ্বনি ক্ৰমে অ আৰু এ আখৰেৰে প্ৰকাশ কৰা হয় যদিও বিশেষ ক্ষেত্ৰত অ আৰু এ ওপৰত উৰ্দ্ধকমা দিয়ো বুজোৱা হয়। অসমীয়া ভাষাত ঋ স্বৰবৰ্ণ নহয়। ই 'ৰ' আৰু 'ই' (ৰি) বৰ্ণৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা দুটা স্বৰৰ সন্ধি; ঐ= অ/অ'+ই , ঔ=ও+ই।
{| class="wikitable" width="5055%"
|-
! অসমীয়া স্বৰধ্বনি
49 নং শাৰী:
| ɒ
| অ
| '''অ'''সম, '''ম'''ৰম
|
|-
| অ'
| ɔ
| অ'
| '''অ''''ত-'''ত''''ত, '''ক''''ত, '''ল''''ৰা
|
|-
| আ
| a
| আ, া
| আম, '''জা'''ম
|
|-
| ই
| i
| ই, ঈ, ি, ী
| '''ই'''ন্দিৰা, '''ঈ'''গল, '''চি'''হ্নযাত্ৰা, '''কী'''ৰ্তন
|
|-
| উ
| u
| উ, ঊ, ু, ূ
| '''উ'''ম, '''ঊ'''ণ, '''সুদূ'''ৰ
|
|-
| এ
| ɛ
| এ, ে
| '''এ'''ক, '''এ'''লান্ধু, '''বে'''ল (ফল), '''তে'''ল
|
|-
| এ'
| e
| এ, ে
| '''এ'''ৰী-পলু'''বে'''ল (Bell), '''ৰে'''ল, '''ভে'''দ, '''বে'''দ
|
|-
| ও
| o
| ও, ো
| '''ও'''ৰাং, '''ৰো'''হঘৰ, '''সো'''ণাৰি
|
|-
|}