মুছলমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{ইছলাম}}
 
'''মুছলিম''' ([[আৰবী ভাষা|আৰবীত]] مسلم ''মুস্লিম'' ৰ পৰা) [[ইছলাম]] ধৰ্মাৱলম্বীসললৰ সাধাৰণ নাম। আনহাতে [[বাংলা ভাষা|বাংলাত]] '''মুসলমান''' আৰু ([[ফৰাছী ভাষা|ফৰাছীত]] مسلمان ''মোসোল্মন'' বুলি কোৱা হয়<ref>'''thefreedictionary.com''': ''[http://www.thefreedictionary.com/Muslim muslim]''</ref>। যিসকলে [[ইছলাম|ইছলাম ধৰ্মত]]বৰ্ণিত পবিত্ৰ [[আল্লাহ|আল্লাহৰ]] ইচ্ছাৰ উপৰত নিজৰ ইচ্ছাক সমৰ্পিত কৰি দিয়ে তেওঁলোককে বুজায়। এইটো হ’ল মুছলমানসকলৰ প্ৰথম আৰু প্ৰাথমিক যোগ্যতা।
[[File:Men praying at Babur Gardens in 2010.jpg|thumb|upright]]
[[ইছলাম]] ধৰ্মাৱলম্বী লোকসকলক '''মুছলিম''' বা '''মুছলমান''' ([[আৰবী ভাষা|আৰবীত]] مسلم ''মুস্লিম'') বুলি কোৱা হয়। [[বাংলা ভাষা|বাংলাত]] তেওঁলোকক '''মুসলমান''' আৰু ([[ফৰাছী ভাষা|ফৰাছীত]] مسلمان ''মোসোল্মন'' বুলি কোৱা হয়<ref>'''thefreedictionary.com''': ''[http://www.thefreedictionary.com/Muslim muslim]''</ref>। মুছলমানসকলৰ প্ৰাথমিক যোগ্যতা হৈছে [[আল্লা]]ৰ ওপৰত আস্থা আৰু সমৰ্পন।
 
 
 
"https://as.wikipedia.org/wiki/মুছলমান"ৰ পৰা অনা হৈছে