পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৰবট যোগ দিছে :lez:Экв
stub before refs
7 নং শাৰী:
 
==পোহৰৰ গতি==
 
[[মুক্ত স্থান|শূণ্য]] ত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮  [[মিটাৰ প্ৰতি ছেকেণ্ড|মিঃ/ছেঃ]] (প্ৰায় ১৮৬,২৮২ মাইল প্ৰতি ছেকেণ্ড)। আন্তৰাষ্ট্ৰীয় একক (SI) পদ্ধতিত পোহৰৰ গতিবেগ ধ্ৰুৱক আৰু দৈৰ্ঘ্যৰ একক মিটাৰ পোহৰৰ বেগৰ সাপেক্ষে সংজ্ঞাবদ্ধ কৰা হয়।
ইতিহাসৰ বিভিন্ন সময়ত বহু পদাৰ্থবিদে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত গেলিলিও'ই পোহৰৰ গতি মাপনৰ প্ৰয়াস কৰিছিল। ১৬৭৬ খ্ৰিঃত ডেনমাৰ্কৰ পদাৰ্থবিদ Ole Rømer ৰ দ্বাৰা পোহৰৰ গতি মাপনৰ পৰীক্ষা পৰিচালিত হৈছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত Rømer-এ বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, Io-ৰ গতি পৰ্যবেক্ষণ কৰিছিল। Io-ৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি তেওঁ গনণা কৰি উলিয়াইছিল যে, পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ২২ মিনিট সময় লয়। <ref>''[http://projecteuclid.org/DPubS/Repository/1.0/Disseminate?view=body&id=pdf_1&handle=euclid.ss/1009212817 Scientific Method, Statistical Method and the Speed of Light]''. Statistical Science 2000, Vol. 15, No. 3, 254–278</ref>দূৰ্ভাগ্যক্ৰমে সেইসময়ত ইয়াৰ আকাৰ জনা হোৱা নাছিল। Rømer-ৰ সময়ত পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ জোখ উপলব্ধ হোৱাহেঁতেন তেওঁৰ গনণাত পোহৰৰ গতিবেগ ২২৭,০০০,০০০ মিঃ/ছেঃ পোৱা গ'লহেঁতেন। {{main|পোহৰৰ বেগ}}
 
==বিদ্যুত-চুম্বকীয় বৰ্ণালী==
 
[[File:EM spectrum.svg|thumb|380px|right|[[বিদ্যুত-চুম্বকীয় বৰ্ণালী]] পোহৰক চিনাক্ত কৰি দেখুওৱা হৈছে]]
সাধাৰণতে, বিদ্যুত-চুম্বকীয় বিকিৰণক (ইয়াত '[[বিকিৰণ]]' অভিধাত স্থানু বিদ্যুত আৰু চুম্বকীয় ক্ষেত্ৰ আৰু [[নিকট আৰু দূৰৱতী ক্ষেত্ৰ|নিকট ক্ষেত্ৰ]]ক অন্তৰ্ভুক্ত কৰা হোৱা নাই) তৰংগদৈৰ্ঘ্যৰ মানৰ ওপৰত নিৰ্ভৰ কৰি [[ৰে'ডিঅ']], [[মাইক্ৰ'তৰংগ]], [[অৱলোহিত]], (আমি পোহৰ হিচাপে পোৱা)[[দৃশ্যমান অংশ]], [[অতিবেঙুনীয়া]], [[এক্স-ৰে']] আৰু [[গামা ৰশ্মি]], এইকেইটা ভাগত শ্ৰেণীবিভাজিত কৰা হয়।
Line 19 ⟶ 17:
 
==আলোক বিজ্ঞান==
 
পোহৰ আৰু [[পদাৰ্থ]]ৰ সৈতে পোহৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া সম্পৰ্কীয় বিষয়ৰ অধ্যয়নক [[আলোক বিজ্ঞান]] বোলা হয়। [[আলোকীয় পৰিঘটনা|আলোকীয় পৰিঘটনা]] যেনে, [[ৰামধেনু]] আৰু [[মেৰুজ্যোতি (জ্যোতিৰ্বিজ্ঞান)|মেৰুজ্যোতি]] ইত্যাদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় বহুতো তথ্য উদ্ঘাটন কৰিব পাৰি।
 
==টোকা==
 
==লগতে পঢ়ক==
# [[পোহৰৰ বেগ]]
 
 
{{Physics stub}}
 
==তথ্যসূত্ৰ==
Line 34 ⟶ 32:
 
 
 
{{Physics stub}}
[[শ্ৰেণী:আলোক বিজ্ঞান]]
 
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে