অসমীয়া লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
1 নং শাৰী:
 
<references/>{{Expert-subject}}<br/>
{{POV}}
Line 38 ⟶ 39:
{{Main|অসমীয়া ভাষা}}
===স্বৰবৰ্ণ===
অসমীয়া ভাষাত স্বৰবৰ্ণৰ আখৰ ১১টা- অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ। এই সকলোবোৰ [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[বাংলা ভাষা|বাংলা]] দুয়োটা ভাষাতে ব্যৱহাৰ কৰা হয়। আনহাতে অসমীয়া স্বৰধ্বনি হ'ল ৮ টা আৰু এই কেইটা হ'ল- অ (ɒ), অ' (ɔ), আ (a), ই (i), উ (u), এ (ɛ), এ' (e), ও (o)। ই (i) আৰু উ (u) স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা- বাংলা , হিন্দী আদিৰ দৰে অসমীয়াত ই আৰু উ বৰ্ণৰ হস্ৰ আৰু দীৰ্ঘ দুটা ৰূপ নাই। অ' (ɒ) আৰু এ' (e) এই ধ্বনি সূচোৱা কোনো আখৰ অসমীয়া বৰ্ণমালাত নাই। সেয়েহে এই দুটা ধ্বনি ক্ৰমে অ আৰু এ আখৰেৰে প্ৰকাশ কৰা হয় যদিও বিশেষ ক্ষেত্ৰত অ আৰু এ ওপৰত উৰ্দ্ধকমা দিয়ো বুজোৱা হয়। অসমীয়া ভাষাত ঋ স্বৰবৰ্ণ নহয়। ঋ হ’ল 'ৰ' আৰু 'ই' (ৰি) বৰ্ণৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি; ঐ= অ/অ'+ই , ঔ=ও+ই। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে। স্বৰৰ অনুনাসিকতাক ৺ ( ̃) বুজোৱা হয়।
{| class="wikitable" width="55%"
|-
Line 90 ⟶ 91:
|-
|}
 
 
স্বৰবৰ্ণ চিহ্নক ব্যঞ্জনবৰ্ণৰ লগত যুক্ত কৰিলে ব্যঞ্জনবৰ্ণৰ উচ্চাৰণ সলনি হয় (ইয়াত "ক" আখৰেৰে উদাহৰণ দিয়া হৈছে)। স্বৰবৰ্ণ যুক্ত হৈ নাথাকিলে ব্যঞ্জনবৰ্ণৰ পাছত হসন্ত (্) লিখা হয়।