ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আপডেইট
3 নং শাৰী:
 
== ৱিকিপিডিয়া কি? ==
ৱিকিপিডিয়া এখন ইন্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্রায় ৩৭৩৯ লক্ষ্যাধিক প্রবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২০ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ ২৮২২৮৪ টা ভাষাত (জুলাইমাৰ্চ,২০১১ৰ২০১২ৰ তথ্য অনুসৰি)ৱিকিপিডিয়া প্রকাশিত হৈছে। ৱিকিপিডিয়াৰ প্রায় প্রত্যেকপ্রতিটো প্রবন্ধই একাধিক লেখকৰ "[[সহযোগিতামূলক সংকলন]]"।
 
<!--
 
== What is Wikipedia? ==
 
Wikipedia is a free online encyclopedia written by millions of voluntary contributors from all over the world. English Wikipedia is the biggest Wikipedia. It has over 34 lakhs articles. Wikipedia projects exists in more than 275 world languages including 20 Indian languages. Every article in a wikipedia is the result of collaborative editing by a large number of volunteers.
 
-->
 
ৱিকিপিডিয়াৰ সহ-প্ৰতিস্থাপক জিমী ৱেলচৰ মতে ৱিকিপিডিয়া হৈছে "পৃথিৱীৰ প্রত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষীক মুক্ত বিশ্বকোষ ৰচনাৰ প্রয়াস।" ৱিকিপিডিয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞানৰ বিতৰণ।
 
<!--
 
Wikipedia co-founder Jimmy Wales has described Wikipedia as "an effort to create and distribute a multilingual free encyclopedia of the highest quality to every single person on the planet in his or her own language." Wikipedia exists to bring knowledge to everyone who seeks it at no cost to the user.
 
-->
 
== ৱিকি মানে কি? ==
সাধাৰণতে যিকোনো ৱেবচাইটত লিখিবলৈ আমাক কাৰিকৰী জ্ঞান আৰু ইয়াৰ মালিকৰ অনুমতিৰ প্রয়োজন হয়। ৱিকি চফ্‌টৱেৰৰচফ্ট্‌ৱেৰৰ সহায়ত আমি এনে বাধ্যবাধকতা আৰু কাৰিকৰী জ্ঞান নোহোৱাকৈ মুক্তভাৱে লিখিব, সলনি কৰিব বা মচিব পাৰোঁ। সেয়ে, বহুতো মানুহে ইজনে সিজনৰ লগত তাল-মিল ৰাখি সহজে ৱিকিত "[[সহযোগিতামূলক সম্পাদনা]]" কৰি ৱেবচাইটৰ সমল (content) লিখি উলিয়াব পাৰে।
 
১৯৯৪ চনত ৱাৰ্ড কানিংহামে প্রথম ৱিকি চফ্‌টৱেৰচফ্ট্‌ৱেৰ ডেভেলপউদ্ভাৱন কৰে। WikiWikiweb নামৰ এই চফ্‌টৱেৰ ১৯৯৫ চনৰ ২৫ মাৰ্চ তাৰিখৰ পৰা www.c2.com নামৰ এটা ৱেবচাইটত প্রথমতে ব্যৱহাৰ কৰা হয়। ৱিকি নামটোও তেখেতেই দিয়া। হনুলুলুৰ এক বিমান বন্দৰত লগপোৱা এজন কৰ্মচাৰীৰ মুখত তেখেতে প্রথম "ৱিকি ৱিকি" শব্দটো শুনিছিল। হাৱাইৰ ভাষাত '''''ৱিকি ৱিকি''''' মানে হৈছে '''''খৰকৈ''''' বা '''''বেগ'''''।
<!--
== What is Wiki? ==
 
Normally we require technical knowledge and permission of the owner to add content to most of the web pages. Wiki is a software that frees us from these type of limitations and allows us to freely add, modify, or delete content without the need of any technical knowledge. Since it is easy to add content using Wiki software, it is a great tool for collaborative authoring.
-->
 
১৯৯৪ চনত ৱাৰ্ড কানিংহামে প্রথম ৱিকি চফ্‌টৱেৰ ডেভেলপ কৰে। WikiWikiweb নামৰ এই চফ্‌টৱেৰ ১৯৯৫ চনৰ ২৫ মাৰ্চ তাৰিখৰ পৰা www.c2.com নামৰ এটা ৱেবচাইটত প্রথমতে ব্যৱহাৰ কৰা হয়। ৱিকি নামটোও তেখেতেই দিয়া। হনুলুলুৰ এক বিমান বন্দৰত লগপোৱা এজন কৰ্মচাৰীৰ মুখত তেখেতে প্রথম "ৱিকি ৱিকি" শব্দটো শুনিছিল। হাৱাইৰ ভাষাত '''''ৱিকি ৱিকি''''' মানে হৈছে '''''খৰকৈ''''' বা '''''বেগ'''''।
 
<!--
Wiki software was developed by Ward Cunningham in 1994. He developed the WikiWikiweb software and On March 25, 1995 he hosted it on www.c2.com. He himself suggested the name Wiki for it. He got this name from an employee at the airport terminals at Honolulu island airport who told him about the bus Wikiwiki chance R.T. 52 which runs between the terminus. Wiki means '''''speed''''' in Hawaiian language.
-->
 
== ৱিকি আৰু ৱিকিপিডিয়া একে নেকি? ==
নহয়। ৱিকি হৈছে "সহযোগিতামূলক সম্পাদনা" কৰি লিখিব পৰাৰ ব্যৱস্থা থকা ৱেবচাইট চফ্‌টৱেৰ।চফ্ট্‌ৱেৰ। "ৱিকিপিডিয়া"ই নিজৰ ৱেবচাইটৰ কাৰণে "মিডিয়াৱিকি" নামৰ ৱিকি চফ্‌টৱেৰচফ্ট্‌ৱেৰ ব্যৱহাৰ কৰে। এনে বিভিন্ন ৱিকি চফ্‌টৱেৰচফ্ট্‌ৱেৰ ব্যৱহাৰ কৰা অগণন ৱিকি ৱেবচাইটৰ ভিতৰত ৱিকিপিডিয়াই সকলোতকৈ জনপ্রিয় আৰু তথ্যসম্বৃদ্ধতথ্যসমৃদ্ধ ৱেবচাইট।
 
== ৱিকিপিডিয়াৰ বুৰঞ্জীইতিহাস ==
সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্রথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে ন্যুপিডিয়া।"ন্যুপিডিয়া"। [[জিমী ৱেল্‌চ]] আৰু [[লেৰী ছেংগাৰ]]-এ ইয়াক আৰম্ভ কৰিছিল। প্রবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে-লাহেহে আগবাঢ়ি্ছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্রকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্রহ আৰু জনপ্ৰিয়তাত ন্যুপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ হিছাপেহিছাপেও ব্যৱহাৰ কৰা হয়।
 
বৰ্তমান '''[[ৱিকিমিডিয়া ফাইণ্ডেশ্যনফাউণ্ডেশ্যন]]''' সংস্থানে ৱিকিপিডিয়া পৰিচালনা কৰে। (http://wikimediafoundation.com)
<!--
Wiki and Wikipedia are not the same. Wiki is not a different name for Wikipedia. Wiki is a software which can be used for collaborative authoring while Wikipedia is a website which uses the Wiki software. In fact, Wikipedia is just one among the numerous websites that use Wiki software. Wikipedia is the most popular and content rich Wiki website in the internet. It is a popular misconception that Wiki and Wikipedia are the same, which is not true.
-->
 
== ৱিকিপিডিয়াৰ বুৰঞ্জী ==
সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্রথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে ন্যুপিডিয়া। [[জিমী ৱেল্‌চ]] আৰু [[লেৰী ছেংগাৰ]]-এ ইয়াক আৰম্ভ কৰিছিল। প্রবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে-লাহেহে আগবাঢ়ি্ছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্রকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্রহ আৰু জনপ্ৰিয়তাত ন্যুপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ হিছাপে ব্যৱহাৰ কৰা হয়।
 
বৰ্তমান '''ৱিকিমিডিয়া ফাইণ্ডেশ্যন''' সংস্থানে ৱিকিপিডিয়া পৰিচালনা কৰে। (http://wikimediafoundation.com)
<!--
== History of Wikipedia ==
 
The first concept of an encyclopedia which can be edited by all was Interpedia by Rick Gates. But this did not go beyond the planning phase. Nupedia was another concept which was more specialized in certain areas of the writers expertise. Jimmy Wales and Larry Sanger started it. Since there was more emphasis on the quality of articles, Nupedia grew very slowly. So to accelerate the growth and help Nupedia, Jimmy and Sanger started Wikipedia, an encyclopedia which can be edited by all. Wikipedia soon overtook its parent Nupedia in content and popularity. Today Wikipedia has become a synonym for encylopedia.
 
Wikipedia is governed by a non-profit organization called '''Wikimedia foundation''' (http://wikimediafoundation.com)
-->
 
== ভাৰত চৰকাৰ বা অসম চৰকাৰে এই প্রকল্পক মান্যতা দিছে নেকি? ==
ৱিকিপিডিয়া অব্যৱসায়ীক প্রতিস্থান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। ফাউণ্ডেশ্যন কোনো চৰকাৰ বা চৰকাৰী পৃষ্ঠপোষকতাপ্রাপ্ত নহয়। ইয়াক চলাবলৈ প্রয়োজনীয় অৰ্থ দান-বৰঙণিৰ পৰা পোৱা যায়। অৱশ্যে ৱিকিপিডিয়াৰ উপযোগিতালৈ লক্ষ্য ৰাখি কিচুমানকিছুমান চৰকাৰী আৰু ৰাজহুৱাখণ্ডৰ প্রতিস্থানে ইয়ালৈ দান-বৰঙণি আগবঢ়াইছে।
 
<!--
Wikipedia is functioning under a non profit organization called Wikipedia Foundation. The foundation is neither a government organization nor a government funded project. The capital for the functioning of Wikipedia is collected as donation from general public. Since Wikipedia has grown so popular, some government organizations and corporate institutions have started donating to Wikipedia.
-->
 
== মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি? ==
Line 82 ⟶ 43:
== ইংৰাজীৰ বাহিৰে আন ভাষাত ৱিকিপিডিয়া আছেনে? অসমীয়া বা আন ভাৰতীয় ভাষাত ৱিকিপিডিয়া আছেনে? ==
 
বৰ্তমানলৈ পৃথিৱীৰ ২৮২টা২৮৪টা ভাষাত ৱিকিপিডিয়া প্ৰকাশিত হৈছে। অসমীয়া ভাষাটো এখন ৱিকিপিডিয়া আছে। প্ৰথমখন ৱিকিপিডিয়া আছিল ইংৰাজী ভাষাৰ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইয়াৰ আৰম্ভণি হৈছিল। তাৰ দুমাহ পিছত ২০০১ চনৰ মাৰ্চত জাৰ্মান ভাষাত ৱিকিপিডিয়া আৰম্ভ হ'ল। তাৰ পিছত লাহে লাহে ফ্ৰেঞ্চ, চীনা, ডাট্‌ছ, হিব্ৰু, ইটালিয়ান, ৰাছিয়ান আদি ভাষাৰ ৱিকিপিডিয়াৰ বিকাশ হ'ল।
 
প্ৰথম বছৰত কোনো ভাৰতীয় ভাষাৰে নিজা ৱিকিপিডিয়া নাছিল। ২০০২ চনৰ জুন মাহত অসমীয়া, পাঞ্জাবী আৰু উৰিয়া ৱিকিপিডিয়াৰ শুভাৰম্ভ হ'ল। সেই বছৰৰে ডিচেম্বৰত মালায়ালম ৱিকিপিডিয়া আৰম্ভ হ'ল। ২০০৩ চনত ব্যস্ততা আৰু বাঢ়িল। ফেব্ৰুৱাৰীত ভোজপুৰী, মে' মাহত মাৰাঠী, জুনত কন্নড়, জুলাইত হিন্দী, ছেপ্তেম্বৰত তামিল, তেলেগু, গুজৰাটী আৰু পিছৰ বছৰৰ জানুৱাৰীত বাংলা ৱিকিপিডিয়াৰ আৰম্ভণি হ'ল। এতিয়া সংস্কৃত আৰু পালিকে ধৰি বিশটা ভাৰতীয় ভাষাত ৱিকিপিডিয়া উপলব্ধ।
 
২০১১২০১২ চনৰ ১৩মাৰ্চলৈকে নৱেম্বৰলৈ৩৯ প্ৰায় ৩৮ লাখলক্ষাধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াই বৰ্তমান সৰ্ববৃহত্‍ ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াত একে তাৰিখলৈ ৭৪২টা১২৩৮টা প্ৰবন্ধ আছে।
 
== মই ইংৰাজীত পাৰ্গত। অসমীয়া ৱিকিপিডিয়াত মই কিয় লিখিব লাগে? ==
 
আপুনি ইংৰাজী ভালদৰে জানিব পাৰে, কিন্তু ই নিজৰ মাতৃভাষাক অৱহেলা কৰাৰ কাৰণ হ'ব নালাগে। আপুনি ইংৰাজী ভাষাত নিজৰ দখলেৰে তথ্য গোটাই নিজৰ মাতৃভাষাত পুনৰ প্ৰকাশ কৰিব পাৰে। ইংৰাজী নজনা নাবা অসমীয়াতে প্ৰবন্ধ পঢ়িবলৈ ভাল পোৱা মানুহৰ বাবে ই অতিকৈ সহায়ক হ'ব।
 
সাংস্কৃতিক বা ভাষাগত সমস্যাৰ বাবে বহুতো স্থানীয় তথ্যৰ অনুবাদ ইংৰাজী ৱিকিপিডিয়াত ভালকৈ ফুটি নুঠিব পাৰে। তেনে ক্ষেত্ৰত ইংৰাজীলৈ অনুবাদ কৰাৰ সলনি সেইবোৰ স্থানীয় ভাষাতে প্ৰকাশ কৰা ভাল। ইংৰাজীত থাকিলে পঢ়ুৱৈয়ে সেয়া মাতৃভাষালৈ অনুবাদ কৰিলে ভালদৰে বুজাত সহায় হ'ব। কোনো কোনো ক্ষেত্ৰত ইংৰাজীলৈ কৰা অনুবাদ অতি বিদ্যায়তনিক আৰু তেতিয়া বহুতো কথা সাধাৰণ মানুহৰ পৰা লুকাই পৰে।
 
বহুতো ভাৰতীয় ইংৰাজী ভাষাত পাৰ্গত নহয়, কিন্তু মাতৃভাষা কম-বেছি সকলোৱেই জানে। ইংৰাজী ভাষা নজনাৰ বাবেই মানুহক জ্ঞান লভিবলৈ সুযোগ নিদিয়াটো ভুল কথা হ'ব।
Line 98 ⟶ 59:
== মই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ বিছাৰিছোঁ। কিন্তু মই অসমীয়া টাইপ কৰিব নাজানো। কি কৰিম?==
 
অসমীয়া ৱিকিপিডিয়াত টাইপ কৰিবলৈ বহুতো উপায় আছে। বাহিৰা সঁজুলিৰ সহায় নোহোৱাকৈ অসমীয়া ৱিকিপিডিয়াত লিখিবৰ বাবে এটা অন্তৰ্ৱৰ্তী সঁজুলি সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান ইয়াত 'লিপ্যন্তৰ', 'অভ্ৰ', 'বৰ্ণনা' আৰু 'অসমীয়া ইন্‌স্ক্ৰিপ্তইন্‌স্ক্ৰিপ্ট' টাইপিঙৰ সুবিধা আছে। তাৰ বাহিৰেও আপুনি ইণ্টাৰনেটত উপলব্ধ বাহিৰা টাইপিং সঁজুলি ব্যৱহাৰ কৰিব পাৰে। অধিক তথ্যৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ Help"সহায়:ContentsAssamese script display and Input help" পৃষ্ঠাখনৰ শেষ অংশ চাব পাৰে।
 
== মই ৱিকিপিডিয়াত কিয় প্ৰবন্ধ লিখিব লাগে? মোৰ কি লাভ হ'ব? ==
 
আমি বিভিন্ন সময়ত বিভিন্ন সূত্ৰৰ পৰা নানা জ্ঞান লাভ কৰোঁ। সেইবোৰ হেৰাই যাবলৈ নিদি ভালদৰে সাঁচি থোৱাটো আৰু আনৰ মাজত বিতৰণ কৰাটো এক সামাজিক দায়িত্ব। সঞ্চয় কৰি নোথোৱাৰ দোষতে বহু মূল্যৱান তথ্য হেৰাই যায়। ৱিকিপিডিয়াৰ যোগেদি আমাৰ একত্ৰীতএকত্ৰিত জ্ঞান সমাজলৈ মুকলি কৰি দি আমি উত্তৰ-প্ৰজন্মৰ বাবে আমাৰ স্বাভাৱিক দায়িত্ব পালন কৰিছোঁ।
 
জ্ঞান বিলাই দিয়াৰ তৃপ্তিয়েই এজন ৱিকিপিডিয়াৰ বাবে বঁটাস্বৰূপ। বিলালে জ্ঞান নকমে, বাঢ়িহে যায়। আমাৰ পূৰ্বজে ৰাখি থৈ যোৱা জ্ঞানৰ পোহৰেৰে আমি জানো ধনী হোৱা নাই জানো।?
 
ইণ্টাৰনেটৰ আন যিকোনো ৱেবচাইটৰ বিপৰীতে ৱিকিপিডিয়াত সম্পাদকসকলে নিজৰ নিজৰ ভালপোৱা বিষয়ৰ তথ্য সময় অনুসৰি সলনি আৰু সম্পূৰ্ণ কৰি ৰাখে। ৱিকিপিডিয়াৰ লেখকসকলে সদায় কৈ আহিছে যে কোনো বিষয় ওপৰত লিখাৰ আগতে আগতে সেইটো খৰচি মাৰি পঢ়াৰ বাবে তেওঁলোকৰ নিজৰো লাভ হয়। আপোনাৰ প্ৰবন্ধটোত অধিক অৰ্হতাবিশিষ্ট আন ব্যক্তিয়ে হাত ফুৰোৱাৰ ফলত বিষয়টো অধিক স্পষ্ট হৈ উঠে। লগতে আপুনি ভাল পোৱা বিষয়ৰ ওপৰত আন ৱিকিপিডিয়ানৰ সৈতে হোৱা কথা-বতৰাইও আপোনাক জ্ঞানৰ নতুন নতুন দিগন্ত মুকলি কৰাত সহায় কৰিব।
Line 114 ⟶ 75:
== অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসৰ বিষয়ে অলপ ক'ব পাৰিবনে?==
 
এই শতিকাৰ প্ৰথম দশকৰ আৰম্ভণিৰ বছৰকেইটাত অসমীয়া টাইপিং সজুঁলি আৰু পদ্ধতি সহজলভ্য নাছিল। গতিকে ২০০২ চনৰ জুন মাহতজুনত অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হোৱাৰ পিছতো ইয়াৰ কাম অলপো আগবঢ়া নাছিল। তাৰ কিছুবছৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা "ইউনিক'ড" জনপ্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম-কাজ আৰম্ভ হ'ল।
 
২০০৬ চনত চেপ্টেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা হয়। ২০০৭ চনৰ ১২ মে'ত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০টা হয়। একে মাহৰে ২০ তাৰিখে এই সংখ্যাই ১৫০ অতিক্ৰম কৰে।
 
তাৰ পিছত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি মানুহৰ আগ্ৰহৰ অভাৱত দীৰ্ঘ সময় ধৰি কাম-কাজৰ গতি স্থবিৰ হৈ পৰে। এই বিষয়ে সজাগতা সৃষ্টি অসমীয়া ৱিকিপিডিয়াৰ কৰ্মশালা অনুষ্টিত কৰাৰ প্ৰচেষ্টও বিফল হয়। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয়। ছেগোছেৰোকাকৈ দুই-একে প্ৰবন্ধ লিখি থকাৰ ফলত ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধ সংখ্যা ২৫০ হয়। সেই সময়তে ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা অনা-অসমীয়া ৱিকিপিডিয়ান এজনৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া পুনৰ সক্ৰিয় হৈ পৰে। সহায় পৃষ্ঠা, দৰকাৰী সাঁচ আৰু প'ৰ্টেলসমূহৰ কাম-কাজো আৰম্ভ হয়।
 
২০১১ চনৰ ১০ চেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৬০০ টা হয় আৰু ১০ অক্টোবৰতজানুৱাৰীত ৭০০টা১০০০টা হয়। শেহতীয়াকৈ সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা লাহে-লাহে বাঢ়ি আহিছে আৰু ন-ন সদস্যই এই কামত যোগ দিছে।
 
==ৱিকিপিডিয়াৰ বাহিৰে আন কি কি ৱিকি প্ৰকল্প আছে?==
 
মুক্ত ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰ অপাৰ সফলতাৰ পাছত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আন আন জ্ঞানদায়ী প্ৰকল্প আৰম্ভ কৰিবলৈ মন মেলিলে। তাৰে কিছুমান হৈছে- এখন বহুভাষিক মুক্ত অভিধান "ৱিক্সনেৰী" (Wiktionary), ৰাজহুৱা প্ৰান্ত আৰু বিনামূলীয়া অনুজ্ঞাপত্ৰ থকা গ্ৰন্থ সাঁচি ৰখা স্থান "ৱিকিচ'ৰ্ছ" (Wikisource), বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথিৰ স্থান "ৱিকিবুক্‌ছ" (Wikibooks), সহযোগিতামূলক সাংবাদিকতাৰে মুক্ত উত্‍সৰ বা-বাতৰিৰ ক্ষেত্ৰ "ৱিকিনিউজ" (Wikinews), বিভিন্ন বিখ্যাত উক্তিৰ সংগ্ৰহ "ৱিকিকৱিকিকোৱ'ট" (Wikiquote), অনলাইন মাল্টিমিডিয়া ফাইলৰ ভঁৰাল "কমন্‌ছকমন্স" (Commons) আদি।
 
ইয়াৰ ভিতৰত "ৱিকিঅভিধান" (Wiktionary) অসমীয়াত ভাষাত আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিক্ৰিয়তাৰ বাবে সেইখন এতিয়া বন্ধ কৰি ৰখা হৈছে। বৰ্তমান "ৱিকিউৎস" (Wikisource)ৰ কাম-কাজ আৰম্ভ কৰা হৈছে যদিও তাৰ নিজা উপ-ডমেইন পোৱা হোৱা নাই।
 
==ইংৰাজী ৱিকি প্ৰকল্প থকাৰ পিছত অসমীয়া ৱিকি প্ৰকল্পৰ গুৰুত্ব কি?==
Line 140 ⟶ 101:
ৱিকিপিডিয়াক আন পৰম্পৰাগত জ্ঞানৰ উত্‍সৰ লগত তুলনা কৰিলে এই সমস্যা আহিব পাৰে। পৰম্পৰাগত জ্ঞানৰ উত্‍সত (যেনে বাতৰি কাকত, কিতাপ, ব্ল'গ, দূৰদৰ্শন আদি) তথ্যৰ ত্ৰুটি শুধৰাবলৈ সুবিধা পোৱা নাযায় আৰু কেতিয়াবা সেইবোৰ আঙুলিয়াই দিবলৈ সঠিক শ্ৰোতাও পোৱা নাযায়। ৱিকিপিডিয়াৰ পাৰ্থক্য এইটোৱেই যে ই মুক্ত আৰু সকলোৱে ইয়াক সম্পাদনা কৰিব পাৰে। ৱিকিপিডিয়াই আপোনাৰ চকুত পৰা যিকোনো ভুল শুধৰাবলৈ অধিকাৰ প্ৰদান কৰে। গতিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তথ্যগত ভুল শুদ্ধ কৰাটো সকলো সদস্যৰে দায়িত্ব।
 
ৱিকিপিডিয়াত থকা তথ্যৰ ভুলৰ ওপৰত প্ৰবন্ধ এটা লিখাতকৈ সেই ভুল নিজে শুদ্ধ কৰাটো অধিমঅধিক সহজ। কোনো প্ৰবন্ধ আৰম্ভণিতে নিখুঁত নহয় আৰু বহুজনৰ সংশোধনৰ পিছতহে লাহে লাহে ই পূৰ্ণাঙ্গ ৰূপ পায়; এইটো ৱিকিপিডিয়াৰ নিয়ম বুলিয়েই ক'ব পাৰি। গতিকে আমাৰ মত আৰু বিনম্ৰ অনুৰোধ এই যে আপুনি ৱিকিপিডিয়াত ভুল তথ্যৰ ওপৰত প্ৰবন্ধ এটা লিখি আন ঠাইত ছপা কৰাতকৈ ৱিকিপিডিয়াত যোগযোগদান দিয়ককৰক আৰু চকুত পৰা ভুলবোৰ শুধৰাওক। আপুনি এনে নকৰিলেও আপোনাৰ প্ৰবন্ধটো কোনো ৱিকিপিডিয়ানে পঢ়াৰ পাঁচ মিনিটমান পিছতেই তথ্যখিনি শুদ্ধ কৰিব আৰু আপোনাৰ প্ৰবন্ধটো মূল্যহীন হৈ পৰিব।
 
==ৱিকিপিডিয়াৰ সুবিধা আৰু অসুবিধাসমূহ কি?==
Line 150 ⟶ 111:
==অসমীয়াত কি কি ৱিকি প্ৰকল্প সক্ৰিয় হৈ আছে ?==
 
* '''ৱিকিপিডিয়া''' ([http://as.wikipedia.org)''']
* '''ৱিকিউৎস''' [http://wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4:%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE]
 
বৰ্তমানইয়াৰ সক্ৰিয়ভিতৰত হৈৱিকিপিডিয়াই থকাঅধিক সক্ৰিয় একমাত্ৰ অসমীয়া ৱিকি-প্ৰকল্প। ওপৰত ইয়াৰৱিকিপিডিয়াৰ বিষয়েই অধিক আলোচনা কৰা হৈছে।
 
"ৱিকিঅভিধান" কিছুবছৰ আগতে আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে ইয়াক বন্ধ কৰি ৰখা হৈছে। শেহতীয়াকৈ ৱিকিঅভিধান পুনৰ মুকলি কৰিবলৈ আবেদন জনোৱা হৈছে। তাৰ লগতে "ৱিকিউত্‍স"ৰ বাবেও আবেদন জনোৱা হৈছে।
<!--
*'''Wikipedia (http://ml.wikipedia.org)'''