মমতা বন্দ্যোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Politician | name = মমতা বন্দ্যোপাধ্যায়় | image = Mamata_banerjee.jpg | width = 20...
 
No edit summary
86 নং শাৰী:
 
১৯৬০ চনত ৫ [[অক্টোবৰ]]ত (কিন্তু চৰকাৰী ভৱে মমতা বন্দ্যোপাধ্যায়ৰ জন্ম তাৰিখ ১৯৫৫ চনৰ ৫ [[জানুৱাৰী]]) [[কলিকতা]]ৰ হাজৰা অঞ্চলত এক দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে মমতা বন্দ্যোপাধ্যায়ে ।দেউতাক প্ৰমীসৃলেশ্বৰ বন্দ্যোপাধ্যায় আছিল এজন [[স্বাধীনতা সংগ্ৰামী]] আৰু মাকৰ নাম আছিল গায়ত্ৰী দেৱী । [[কলিকতা]]ৰ শিক্ষায়তন মহাবিদ্যালয়ৰ পৰা [[বি.এড.]] ডিগ্ৰি লোৱাৰ পিছত [[কলিকতা বিশ্ববিদ্যালয়]] পৰা [[এম.এ.]] ডিগ্ৰি আৰু [[কলিকতা]]ৰ জোগেশ চন্দ্ৰ চৌধুৰী কলেজ অফ ল’ ৰ পৰা [[এল.এল.বি]] ডিগ্ৰি আৰ্জন কৰে । মমতা বন্দ্যোপাধ্যায়ে শিক্ষা জীৱন সমাপ্ত কৰি কিছু সময়ৰ বাবে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল । মমতা বন্দ্যোপাধ্যায় ছাত্ৰ জীৱনতেই [[ৰাজনীতি]]ৰ সৈতে জড়িত হৈ পৰিছিল ।
 
 
==তথ্যসুত্ৰ==
* [[http://en.wikipedia.org/wiki/Kolkata_Dakshin_(Lok_Sabha_constituency)]]
 
 
 
[[bn:মমতা বন্দ্যোপাধ্যায়]]
[[de:Mamata Banerjee]]
[[en:Mamata Banerjee]]
[[fr:Mamata Banerjee]]
[[hi:ममता बनर्जी]]
[[it:Mamata Banerjee]]
[[kn:ಮಮತಾ ಬ್ಯಾನರ್ಜಿ]]
[[ml:മമത ബാനർജി]]
[[mr:ममता बॅनर्जी]]
[[ne:ममता बनर्जी]]
[[pl:Mamata Banerjee]]
[[simple:Mamata Banerjee]]
[[ta:மம்தா பானர்ஜி]]
[[ur:ممتا بنرجی]]