সাহিত্য অকাডেমি বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা সাহিত্য একাডেমী বঁটা -ৰ পৰা সাহিত্য অকাডেমি বঁটা -লে Bishnu Saikia স্থানান্তৰ কৰা হল: ভুল বানান...
No edit summary
1 নং শাৰী:
{{Cleanup|}}
 
{{Details|সাহিত্য অকাডেমি}}
 
{{Infobox Indian Awards
Line 28 ⟶ 30:
[[অসমীয়া ভাষা]], [[বঙালী ভাষা]], [[বড়ো ভাষা]], [[ডগ্ৰী ভাষা]], [[ইংৰাজী ভাষা]], [[গুজৰাটী ভাষা]], [[হিন্দী ভাষা]], [[কানাড়া ভাষা]], [[কাশ্মিৰী ভাষা]], [[কংকনী ভাষা]], [[মৈথিলী ভাষা]], [[মালায়ালম ভাষা]], [[মণিপুৰী ভাষা]], [[মাৰাঠী ভাষা]], [[নেপালী ভাষা]], [[ওড়ীয়া ভাষা]], [[পাঞ্জাবী ভাষা]], [[ৰাজস্থানী ভাষা]], [[সংস্কৃত ভাষা]], [[চাওঁতালী ভাষা]], [[সিন্ধী ভাষা]], [[তামিল ভাষা]] আৰু [[তেলেগু ভাষা]]।
 
১৯৫৪ চনত আৰভআৰম্ভ কৰা এই বঁটাত এখন ফলক আৰু পঞ্চাছ হাজাৰ টকা প্ৰদান কৰা হয় (২০০৯ চনত [[ভাৰত চৰকাৰ]]এ এই পৰিমাণ এক লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে <ref>[http://www.hindu.com/2009/12/24/stories/2009122462072200.htm The Hindu. Article on the Awards for 2009]</ref>। ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদ্গনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য। বঁটা লাভ কৰিব লগীয়া লেখকৰ বাছনি প্ৰক্ৰিয়া বঁটা প্ৰদানৰ পূৰ্বৰ বাৰটা মাহত সম্পাদন কৰা হয়।
 
==আন আন সাহিত্যিক সন্মানসমূহ==