চেনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Unicodifying, replaced: ত → ৎ (21) using AWB
Hazard-SJ য়ে কৰা সংশোধনটি বাতিল কৰা হল
1 নং শাৰী:
'''চেনী''' হ’ল স্ফটিকাকাৰ প্ৰধানৎঃপ্ৰধানতঃ চুক্ৰ’জ (sucrose), লেক্ট’জ (lactose) আৰু ফ্ৰুক্ট’জ (fructose)ৰ দ্বাৰা গঠিৎগঠিত এবিধ খাব পৰা পদাৰ্থ। মানুহৰ জীভাৎজীভাত ইয়াক মিঠা সোৱাদৰ অনুভূৎিঅনুভূতি লাভ কৰে। চেনী মূলৎঃমূলতঃ হ’ল খাদ্য বস্ৎুৎবস্তুত থকা কাৰ্ব’হাইড্ৰেট (carbohydrate) যি কুঁহিয়াৰৎকুঁহিয়াৰত প্ৰচুৰ পৰিমাণে পোৱা যায়। অৱশ্যে ফলমূল, মৌ-জোল আদিৎোআদিতো এই উপাদান যথেষ্ট পৰিমাণে পোৱা যায়। মৰ্টন জাৎীয়জাতীয় খাদ্যৎখাদ্যত চেনী টহেছ মূল উপাদান। যথেষ্ট বেছি পৰিমাণে চেনী গ্ৰহণ কৰিলে মানুহৰ উচ্চ মধুমেহ, দৃষ্টি শক্ৎিশক্তি কমা, দাঁৎদাঁত ক্ষয় আদিৰ বহুৎোবহুতো ধৰণৰ ৰোগ হ’ব পাৰে ।
 
বৈজ্ঞানৰ ভাষাৎভাষাত চেনী টহেছ যিকোনো মন’চেকাৰাইড বা ডিচেকাৰাইড (monosaccharide or disaccharide)। মন’চেকাৰাইড ঢযেন গ্লুক’জ (glucose) যাৰ সঞ্চিৎসঞ্চিত ৰাসায়িনক শক্ৎিশক্তি জীৱৰ কোষে আন শক্ৎিলৈশক্তিলৈ ৰূপান্ৎৰিৎৰূপান্তৰিত কৰে।
গ্লুক’জৰ ৰাসায়িনক সূৎ্ৰসূত্ৰ হ’ল C<sub>6</sub>H<sub>12</sub>O<sub>6</sub> ।
 
[[শ্ৰেণী:পাকঘৰ]]
"https://as.wikipedia.org/wiki/চেনি"ৰ পৰা অনা হৈছে