অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
কোনো এটা [[ভাষা]]ৰ মূল ভেটি হ’ল [[ব্যাকৰণ]]| [[অসমীয়া ভাষা]] সঠিক ভাবে লিপিবন্ধন আৰু প্ৰকাশ কৰিবৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা সমষ্টিকেই অসমীয়া ব্যাকৰণ বোলা হয়|
 
{{cquote|যি পুথি পঢ়িলে কোনো এটা [[ভাষা]]ত কথা কবলৈ আৰু লিখিবলৈ শিকিব পাৰি, তাক সেই ভাষাৰ [[ব্যাকৰণ]] বোলে ৷
 
যি পুথি পঢ়িলে [[অসমীয়া ভাষা]]ত কথা কবলৈ আৰু [[অসমীয়া লিপি|লিখিবলৈ]] শিকিব পাৰি, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে ৷ - [[সত্যনাথ বৰা]] }}<ref>[http://assameseonline.com/Content.php?recordID=%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3 অসম অনলাইন ডট কম]</ref>
 
 
==ব্যাকৰণৰ অন্তৰ্গত বিষয়সমূহ==