নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{image requested}}
 
{{Infobox person
{{Infobox person | name = নীলপৱন বৰুৱা | image = | alt = | caption = নীলপৱন বৰুৱা | birth_name = | birth_date = ১ জুন, ১৯৩৬ | birth_place = [[টিয়ক]], [[যোৰহাট]], [[অসম]] | death_date = | death_place = | nationality = [[ভাৰতীয়]] | other_names = | known_for = চিত্ৰশিল্পী | occupation = }}
| name = নীলপৱন বৰুৱা
| image =
| alt =
| caption = নীলপৱন বৰুৱা
| birth_name =
| birth_date = ১ জুন, ১৯৩৬
| birth_place = [[টিয়ক]], [[যোৰহাট]], [[অসম]]
| death_date =
| death_place =
| nationality = [[ভাৰতীয়]]
| other_names =
| known_for = চিত্ৰশিল্পী
| occupation =
}}
 
 
'''নীলপৱন বৰুৱা''' (জ.{{lang-en|Neel Pawan Baruah}}) (জন্ম: ১ জুন, ১৯৩৬ - ) [[অসমৰ]] এগৰাকী খ্যাতনামা চিত্ৰশিল্পী।
 
==জন্ম==
Line 10 ⟶ 24:
 
==শিক্ষা==
নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰপৰা অনুপ্ৰাণিত হৈ তেখেতে [[শান্তিনিকেতন]]-ত শিক্ষা লোৱাৰ মানস কৰে আৰু কলিকতালৈ[[কলিকতা]]লৈ আহে। প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহন কৰে।<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
 
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে [[শ্ৰী নিকেতন]]ৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।<ref name=bip /> পাছলৈ বৰুৱাই [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />
Line 24 ⟶ 37:
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ [[মুখা শিল্প]]ৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহন কৰিছিল। বৰুৱাই [[বৃন্দাৱনী বস্ত্ৰ]]ৰ বয়ন শিল্পক পুণৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।
 
===; চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ===
নীলপৱন বৰুৱাই 'চাৰমিনাৰ' চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰচূৰ ধূমপান কৰিছিল।<ref>http://articles.timesofindia.indiatimes.com/2012-01-06/guwahati/30597485_1_paintings-cigarette-packs-art-collectors</ref>
 
Line 30 ⟶ 43:
অসমৰ খ্যাতনামা কণ্ঠশিল্পী আৰু 'Nightingale of Assam' ৰূপে জনাজাত [[দীপালী বৰঠাকুৰ]] নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে '[[মটৰ-নিউৰণ ৰোগ]'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs</ref>
 
==গ্ৰন্থপঞ্জী==
==ৰছিত গ্ৰন্থ==
*অন্য এক গতি (সংকলন)
* বসুন্ধৰা-১
Line 37 ⟶ 50:
==তথ্য উৎস==
{{reflist}}
 
*http://www.rukshaanart.com/?artist=119-Neel%20Pawan%20Barua.html
 
==বাহ্যিক সংযোগ==
* [http://www.rukshaanart.com/?artist=119-Neel%20Pawan%20Barua.html চমু পৰিচয়]
* [http://www.artslant.com/ind/events/show/131548-hieroglyphs চিত্ৰ সংগ্ৰহ]