প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশ নেৰাকৈ Simbu123 স্থানান্তৰ কৰা হল পৃষ্ঠা প্ৰিন্টাৰ(কম্পিউটাৰ সম্বন্ধীয়) -ৰ পৰা [[প্ৰ...
5 নং শাৰী:
 
'''প্ৰিন্টাৰ''' সমূহ সাধাৰণতে ধীৰ গতিযুক্ত সযুলি, প্ৰতি মিনিটত ৩০ খন পৃষ্ঠা প্ৰিন্ট কৰিব পৰা ক্ষমতাটোক আটাইতকৈ দ্ৰুত বুলি কোৱা হয় যদিও বহু কম মুল্যৰ প্ৰিন্টাৰ সেইটো ক্ষমতা পাবলৈ সক্ষম নহয়। তথাপিও প্ৰিন্টাৰৰ গুনাগুন আৰু কাৰ্য্যপ্ৰক্ৰিয়া বৃদ্ধি ঘটাৰ ফলত ইয়াক আজিকালি প্ৰায় ঘৰে ঘৰে ব্যৱহাৰ কৰা দেখা যায়, অৰ্থাৎ আগতে ডিটিপি চেন্টাৰ আদিত বৃত্তিগত মানুহৰ দ্বাৰা কৰিবলগীয়া কাম বিলাক আজিকালি মানুহে প্ৰিন্টাৰৰ সহায়ত ঘৰতে নিজেই কৰি লব পৰা হৈছে। পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ প্ৰিন্টাৰ উনবিংশ শতিকাত ছাৰ্লচ বেবেজে সাজি উলিয়ায়।
 
[[শ্ৰেণী:কম্পিউটাৰ হাৰ্ডৱেৰ]]
 
[[en:Printer (computing)]]