অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

63 নং শাৰী:
 
==বিহুতাল<ref name="সাদিন"/>==
:বিহুতাল পাতিতালতকৈ কিছু সৰু কাৰণেই ইয়াক সৰু পাতিতাল বুলিও কোৱা হয়।এই তালৰ বাতি বা বেটু চেপেটা ধৰণৰ পাতিতালৰ বাটিতকৈ অলপ ডাঙৰ, পিচে পাতৰ অংশটি পাতিতালৰ পাততকৈ ঠেক।এইবিধ তাল বিহুগীত, বিহুনাচ, বিহুঢোল আদি পৰিৱেশন কৰোতে সংগত কৰা হয়।তদুপৰি, ঢুলীয়া ওজাই ঢোল বাওঁতেও তালীয়াজনে বিহুতালকে বজায়।মূলত: বিহুগীত বা নাচ আৰু ওজাৰ সৈতে বিশেষভাবে ব্যৱহৃত হোৱাৰ কাৰণেই এই প্ৰকাৰৰ তালক বিহুতাল বা ওজাতাল বুলি কোৱা হয়।
{{Empty section}}
 
==টোকাৰী<ref name="সাদিন"/>==