অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

70 নং শাৰী:
 
==শিঙা<ref name="সাদিন"/>==
:অসমৰ সুষিৰ শ্ৰেণীৰ বাদ্যযন্ত্ৰসমূহৰ ভিতৰত শিঙাৰ ব্যৱহাৰ প্ৰাচীন বুলি ক'ব পাৰি।১৪০০ শতাব্দীত ৰচিত অপ্ৰমাদী কবি মাধব কন্দলিৰ 'ৰামায়ণ' আৰু আন আন প্ৰাচীন পদপুথিত শিঙা বাদ্যৰ উল্লেখ থকা কথাটোৱেই বাদ্যটিৰ প্ৰাচীনত্বৰ বিষয়ে ইংগিত প্ৰদান কৰে।শিঙা ব্যৱহাৰৰ ক্ষেত্ৰখনৰ পৰিধি বহল আৰু উদ্দেশ্যও বিভিন্ন আৰু সেই হিচাপেই ইয়াৰ নামাকৰণতো ভিন্নতা থকা দেখা যায়।সাধাৰণতে শিঙাক ৰাম শিঙা, ৰণ শিঙা, খংশিঙা আদি ভাগত বিভক্ত কৰা হয়।
{{Empty section}}
 
 
==খোল==