No edit summary
No edit summary
 
1 নং শাৰী:
{{স্বাগতম|নাম=বিতোপন}}<small><span style="border:2px solid black;padding:1px;">[[User:Bishnu Saikia|<font style="color:Green;background:yellow;">&nbsp;'''বিষ্ণু শ‍ইকীয়া'''</font>]]<sup>[[User talk:Bishnu Saikia#top|বাৰ্তা]]</sup></span></small> 17:33, 10 এপ্ৰিল 2012 (UTC)
ৰঙিয়া পৃষ্ঠাখনত লগত দীপ্তশ্বৰী দেৱালয়ক অন্তৰ্ভূক্ত কৰা দেখিলো। ৰঙিয়া পৃষ্ঠাটো একে নামৰ নগৰখনৰ বিষয়েহে। নগৰ সম্পৰ্কীয় পৃষ্ঠাবোৰত আশ-পাশৰ সকলোবোৰ সোমাইসুমুৱাই দিলে পঢ়ুৱৈ বিভ্ৰান্ত হব। আশেপাশে থকা ঐতিহাসিক বা পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ জিলা সম্পৰ্কীয় প্ৰবন্ধবোৰত সোমাই দিলে বেছি ভাল হব। এতেকে মঠ-মন্দিৰ শীৰ্ষক দফাটো কামৰূপ জিলা শীৰ্ষক পৃষ্ঠাখনত সংযোগ কৰক।
[[সদস্য:Babulbaishya|বাবুল বৈশ্য]]