কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

deleted nonsense content
পুনৰোদ্ধাৰ
1 নং শাৰী:
{{stub literature}}
{{অসমীয়া সাহিত্য}}
 
'''কবিতা''' সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল [[গদ্য]]। কবিতা সম্ভবত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামাকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ।
 
==কবিতাৰ জন্ম==
এইটো অনুমান কৰা হৈছে যে, আদি কবি [[বাল্মীকি|বাল্মীকিৰ]] ক্ৰৌঞ্চমিথুন-বিয়োগ-জনিত শোকেই শ্লোকৰূপে উচ্ছাৰিত হৈছিল। সহচাৰী-বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত [[কবি]] চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহসা 'পৰিপূৰ্ণ বাণীৰ সঙ্গীত' জন্মগ্ৰহণ কৰি অপূৰ্ব ছন্দত কবি-কণ্ঠত উচ্চাৰিত হ’ল<ref name = "L">'''সাহিত্য-সন্দৰ্শন''', শ্ৰীশচন্দ্ৰ দাশ, বৰ্ণ বিচিত্ৰ, ঢাকা, ৬ষ্ঠ সংস্কৰণ, ১৯৯৫, পৃষ্ঠা-৩০</ref> -
 
{{cquote|মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।<br/>
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্‌।।
}}
 
==বৈশিষ্ট্য==
 
 
==প্ৰকাৰভেদ==
 
{{Navbox
|state = <includeonly>{{{state|collapsed}}}</includeonly>
|group1 = [[কবিতা]]
|list1 = {{Navbox subgroup
|groupstyle = width:6em; font-weight:normal;
|liststyle = width:auto;
|group1 = ''মন্ময় বা গীতিকবিতা''
|list1 = ভক্তিমূলক কবিতা {{•}}স্বদেশ-প্ৰেমমূলক{{•}}চিন্তামূলক{{•}}প্ৰেমমূলক{{•}}শোক-গীত{{•}}প্ৰকৃতিবিষয়ক{{•}}চনেট{{•}}স্তোত্ৰ
|group2 = ''তন্ময় বা বস্তু-নিষ্ঠ কবিতা''
|list2 = গাঁথা{{•}}[[মহাকাব্য]]{{•}}[[নীতি-কবিতা]]{{•}}ৰূপক{{•}}ব্যঙ্গ-কবিতা{{•}}লিপি-কবিতা}}
}}<noinclude>
 
 
==তথ্যসূত্ৰ==
{{reflist}}
 
[[শ্ৰেণী: সাহিত্য]]
[[শ্ৰেণী: কবিতা]]
 
[[af:Poësie]]
"https://as.wikipedia.org/wiki/কবিতা"ৰ পৰা অনা হৈছে