সহায়:ছবি কেনেকৈ ব্যৱহাৰ কৰিব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
ভাঙনি খটম
3 নং শাৰী:
[[চিত্ৰ:Example.jpg|thumb|400px|উদাহৰণ:<nowiki>[[চিত্ৰ:Example.jpg|thumb|400px|উদাহৰণ]]
</nowiki>]]
[[ৱিকিপিডিয়া]]ত "চিত্ৰ" বা "Image" টেগ্‌ ব্যৱহাৰ কৰি কোনো পৃষ্ঠাত ছবি সংযোগ কৰিব পাৰি। এই টেগ‌টোতটেগ্‌টোত ছবিখনৰ নামৰ উপৰিও ছবিখনৰ স্থানৰ বাবে কিছুমান সাংকেতিক শব্দ থাকে।

==চিত্ৰ টেগ==
13 নং শাৰী:
*'''স্থান:''' ''left'', ''center'', ''right''
*'''ফ্ৰেম প্ৰকাৰ:''' ''frame'', ''thumb''
*'''আকাৰ:''' Aইংৰাজী numberসংখ্যা followedএটা byআৰু ''px'' লিখিব লাগে (i.e.যেনে- 200px)
*'''শিৰোনামা:''' anyসাংকেতিক wordsশব্দ thatনোহোৱা areযিকোনো notশব্দ keywordsশিৰোনামা areহিচাপে usedব্যৱহাৰ as the caption.হয়।

===স্থান===
36 নং শাৰী:
|[[Image:Wiki.png|right|সোঁফালে থকা ছবি]]
এয়া ছবি এখন পৃষ্ঠাৰ বাওঁফালে ৰখাৰ উদাহৰণ।

এনে কৰাৰ বাবে টেগ্‌ হ'ল: <nowiki>[[Image:Wiki.png|right|সোঁকাষে ৰ্হকাথকা ছবি]]</nowiki>
চিত্ৰখনৰ নাম Wiki.png। স্থান হৈছে ''right'' আৰু শিৰোনামা হৈছে ''সোঁকাষে থকা ছবি''।
*কম্পিউটাৰ মাউছটো ছবিখনৰ ওপৰলৈ আনিলেহে শিৰোনামাটো দেখা যায়।

46 নং শাৰী:
*কম্পিউটাৰ মাউছটো ছবিখনৰ ওপৰলৈ আনিলেহে শিৰোনামাটো দেখা যায়।

<gallery>
[[Image:Wiki.png|left|Image on left]]
Image:Example.jpg|Caption2
</gallery>

===ফ্ৰেম প্ৰকাৰ ===
*Usableব্যৱহৃত wordsপ্ৰকাৰ: ''frame'', ''thumb''
*ফ্ৰেমৰ প্ৰকাৰ বাচনি নকৰিলে কোনো ফ্ৰেম ব্যৱহাৰ নহয়।
*If no Frame type is chosen, no frame is used.
*ফ্ৰেম বাচনি কৰিলে ছবিখনৰ তলত শিৰোনামা দেখা যায়।
*If a Frame type is chosen, the caption is shown under the image.

{| class="wikitable" width=100%
!ফ্ৰেমৰ প্ৰকাৰৰ উদাহৰণ
!Examples of Frame types

|bgcolor=#aaaaff|frame

|[[Image:Wiki.png|frame|left|Framedফ্ৰেমযুক্ত imageছবি]]
এইখন এখন ফ্ৰেমযুক্ত ছবিৰ উদাহৰণ।

This is an example of a framed image.

Theএনে tagকৰাৰ forবাবে doingটেগ্‌ this isহ'ল: <nowiki>[[Image:Wiki.png|frame|Framedফ্ৰেমযুক্ত imageছবি]]</nowiki>
*এনে কৰিলে ছবিখনৰ চাৰিওফালে এটা ফ্ৰেম থাকে আৰু শিৰোনামাটো তলত দৃশ্যমান হয়।
*Framed images place a frame around the image and show the caption for the image.
*ছবিখন সৰ্বোচ্চ আকাৰত ওলায়। আকাৰ বেলেগকৈ ধৰি দিলে ফ্ৰেম ব্যৱহাৰ নহয়।
*The image is shown at full size. If a size is included, it will not be used.
*ফ্ৰেমযুক্ত ছবি স্বয়ংক্ৰিয়ভাৱে পৃষ্ঠাৰ সোঁফালে ওলায়। ''left'' বা ''center'' টেগেৰে স্থান সলাব পাৰি।
*Framed images are put on the right side of the screen. If used with ''left'' or ''center'', they can be put in another place

|bgcolor=#aaaaff|thumb

|[[Image:Wiki.png|thumb|Thumbnailedথাম্বনেইল imageছবি]]
এইখন এখন থাম্বনেইল ছবি বা ক্ষুদ্ৰ প্ৰতিকৃতি।

This is an example of a Thumbnailed image.

Theএনে tagকৰাৰ forবাবে doingটেগ্‌ this isহ'ল: <nowiki>[[Image:Wiki.png|thumb|Thumbnailedথাম্বনেইল imageছবি]]</nowiki>

*এনে কৰিলে ছবিখনৰ চাৰিওফালে এটা ফ্ৰেম থাকে আৰু শিৰোনামাটো তলত দৃশ্যমান হয়।
*Thumbnailed images place a frame around the image and show the caption for the image.
*থাম্বনেইল ছবিৰ সৰ্বোচ্চ আকাৰ হৈছে 200px। ছবিখন 200pxতকৈ সৰু আকাৰৰ হ'লে ই সৰ্বোচ্চ আকাৰত দৃশ্যমান হ'ব। যদি তাতকৈ বেছি আকাৰ ধৰি দিয়া থাকে, তেন্তে ছবিখন সেইটো আকাৰতহে ওলাব।
*Thumbnailed images are shown with a maximum size of 200px. If the image is smaller than 200px it will be shown at full size. If a maximum size is included, the image will be shown at that size instead.
*থাম্বনেইল ছবি স্বয়ংক্ৰিয়ভাৱে পৃষ্ঠাৰ সোঁফালে ওলায়। ''left'' বা ''center'' টেগেৰে স্থান সলাব পাৰি।
*Thumbnailed images are put on the right side of the screen. If used with ''left'' or ''center'', they can be put in another place

===আকাৰ===
চিত্ৰ টেগত পিক্সেল উল্লেখ কৰি ছবিখনৰ আকাৰ সলাব পাৰি। এনে কৰাৰ বাবে ইংৰাজী সংখ্যাটোৰ পিছত ''px'' লিখিব লাগে। যেনে- ''150px''। ৱিকিপিডিয়াত বেছিভাগ ছবিৰে আকাৰ 200 পিক্সেল (200px)।
The size of an image can be changed by adding a size in [[pixel]]s to the image tag. This is done by adding a number followed by the letters ''px''. For example, ''150px''. 200 pixels (200px) is the normal size used for most images on Wikipedia.

*ফ্ৰেমযুক্ত ছবি আকাৰ ধৰি দিলেও সলনি নহয়: সেইবোৰ সদায় সৰ্বোচ্চ আকাৰত ওলায়।
*আকাৰ নিৰ্দিষ্ট কৰি নিদিলে থাম্বনেইল ছবি 200px হিচাপে বা সম্পূৰ্ণ আকাৰত ওলাব (যিটোৱেই সৰু)।
*আকাৰ নিৰ্দিষ্ট কৰি নিদিলে কোনো ফ্ৰেম প্ৰকাৰ নথকা ছবি সাৰ্বোচ্চ আকাৰত ওলাব।

*Framed images will not be changed by having a size: they are always shown at full size.
*Thumbnailed pictures will be shown as 200px or the full size of the image (which ever is smaller) unless a size is used.
*Images with no frame type used will be shown at the full size of the image unless a size is used.
{| class="wikitable" width=100%
!colspan=3|Examplesআকাৰৰ of Sizesউদাহৰণ

|bgcolor=#aaaaff|100px||bgcolor=#aaaaff|200px||bgcolor=#aaaaff|250px
Line 98 ⟶ 93:

===শিৰোনামা===
সাংকেতিক শব্দ নোহোৱা যিকোনো শব্দ ছবিখনৰ শিৰোনামা হিচাপে ব্যৱহাৰ হয়। কোনো ফ্ৰেম প্ৰকাৰ থকা ছবিৰহে শিৰোনামা ওলায়। ফ্ৰেম ব্যৱহাৰ কৰক বা নকৰক্, কম্পিউটাৰ মাউছটো ছবিখনৰ ওপৰলৈ আনিলেও শিৰোনামাটো দেখা যায়। সাংকেতিক শব্দবোৰ case-sensitive হোৱা বাবে ''right''ৰ বিকল্প ''Right'' নহয়। ''right'' টো এটা সাংকেতিক শব্দ, ''Right'' লিখিলে সেয়া শিৰোনামাহে হ'ব।
Anything that is not a keyword is used as the caption of the image. Captions are only shown on images which have a Frame type used. The caption is also shown when the user's [[computer mouse|mouse]] is over the image, with or without a frame type being used. Because keywords are case-sensitive, ''right'' is not the same as ''Right''. ''right'' is a keyword, ''Right'' is used as a caption.

'''সালসলনি''': আপল'ড কৰোঁতে লিখা শিৰোনামা ভুল হ'লেও সেয়া সলনি কৰিব পৰা তথ্য বৰ্তমান ৱিকিপিডিয়াত উপলব্ধ নহয়।
'''Changing''': There is no information available right now on Wikipedia about how to change the caption of an image once it has been set - even if it is wrong.

==সংযোজিত সাংকেতিক শব্দ==
''frame'' আৰু আকাৰ (''px'') কী-ৱৰ্ডৰ বাহিৰে আন সাংকেতিক শব্দবোৰ ছবিখনত একেলগে থাকিব পাৰে। যদি কোনো দুটা সাংকেতিক শব্দই একেটা কাম কৰিব বিচাৰিছে, তেন্তে টেগত থকা শেষৰটো ব্যৱহাৰ হ'ব। যেনে- যদি টেগটোত ''left'' আৰু ''right'' দুয়োটা শব্দ থাকে, তেন্তে যিটো শেষত লিখা আছে সেইমতেহে ছবিখনৰ স্থান নিৰ্ধাৰণ হ'ব।
With the exception of using the ''frame'' and size (''px'') keywords together, all keywords can be used together in an image tag. If two keywords are trying to do the same thing the last one in the tag will be used. For example, if a tag has both ''left'' and ''right'', the image will be put on the side of the page of which ever tag was added last.
;যেনে
;Example
<nowiki>[[Image:Wiki.png|50px|thisএটা is a captionশিৰোনামা|left|frame|right|Left|Imageচিত্ৰ: 50 pixels]]</nowiki>

ছবিখন সৰ্বোচ্চ আকাৰত, ফ্ৰেমযুক্ত হিচাপে, পৃষ্ঠাৰ সোঁফালে "চিত্ৰ: 50 pixels" শিৰোনামেৰে ওলাব।
This image will be displayed at full size, framed, on the right side of the page with the caption of ''Image: 50 pixels''.
*"frame'' সংকেত ব্যৱহাৰ হোৱা বাবে ''50px'' সংকেতটো ব্যৱহাৰ নহয়।
*The keyword ''50px'' is not used because the ''frame'' keyword is used.
*''চিত্ৰ: 50 pixels''টো শিৰোনামাৰূপে ব্যৱহাৰ হৈছে কাৰণ টেগৰ এই শেষ অংশটো কোনো সংকেত নহয়।
*The caption is ''Image: 50pixels'' because it is the last part of the tag which is not a keyword.
*ছবিখন পৃষ্ঠাৰ সোঁফালে থাকিব কাৰণ ''right'' শব্দটো টেগ্‌টোৰ শেষ স্থান সংকেত। ''Left'' শব্দটো কোনো সংকেত নহয় কাৰণ প্ৰথম আখৰটো বৰফলাত লিখা হৈছে।
*The image is placed on the right side of the page because ''right'' is the last position keyword in the tag. The word ''Left'' is not a keyword because it is capitalized. It is treated as a caption.

==অতিৰিক্ত তথ্য==