বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

layout modified
25 নং শাৰী:
| pushpin_map_alt =
| pushpin_map_caption =
|latd=26 |latm=32 |lats= |latNS=N
|longd=91 |longm=00 |longs= |longEW=E
| coor_pinpoint =
| coordinates_type =
Line 76 ⟶ 74:
}}
 
'''বৰপেটা জিলা''' ({{lang-en|Barpeta District}}) [[অসম|অসমৰ]] প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ [[বৰপেটা|বৰপেটাত]] অৱস্থিত। জিলাখনে অসমৰ মুঠ 3245 km²৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ [[জনসংখ্যা]] 1,642৬৪২,420৪২০ জন (2001২০০১ চনৰ লোকপিয়ল অনুসৰি)।
 
==ইতিহাস==
অবিভক্ত [[কামৰূপ জিলা]]ৰ বিভাজন ঘটি ১৯৮৩ চনত বৰপেটা জিলাখনৰৰ সৃষ্টিগঠন হৈছিলকৰা হৈছিল।<ref name='Statoids'>{{cite web | url = http://www.statoids.com/yin.html | title = Districts of India | accessdate = 2011-10-11 | last = Law | first = Gwillim | date = 2011-09-25 | work = Statoids}}</ref> ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহ্কুমা সৃষ্টি হৈছিল, জ’ন্‌ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পুৰ্বৰ মহকুমাটো। বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে [[বৰপেটা]] আৰু [[বজালী]]। ১ জুন, ২০০৪ চনত নতুনকৈ গঠন হোৱা [[বাক্সা জিলা]]ত কেইবাটাও অঞ্চল হেৰুৱাব লগীয়া হয়।<ref name='Statoids'/>
 
<!--
==ভূগোল==
Line 114 ⟶ 111:
*Main Religions Are Muslims 977,943 (59.37%), Hindus 662,066, Christians 5,267 (Census of India 2001).
-->
==ভৌগলিক অবস্থিতি আৰু ভুখণ্ড:-==
নামনি অসমৰ এই জিলা খনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ। বৰপেটা জিলাৰ উত্তৰে ভুটান পাহাৰ, পূবে [[নলবাৰী জিলা]],দক্ষিণে [[কামৰূপ জিলা|কামৰূপ]] আৰু [[গোৱালপাৰা জিলা|গোৱালপাৰা]], পশ্চিমে [[বঙাইগাঁও জিলা]]। বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষ্য়াংশঅক্ষ্যাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব|পূব।
 
..সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোনত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল [[ব্ৰহ্মপুত্ৰ নদী]] বয় গৈছে|গৈছে।
==জলবায়ু==
জলবায়ু:- বছৰতোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়|হয়। গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়| গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে’মে মাহলৈ, পিচত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্তোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ|ফেব্ৰুৱাৰীলৈ।
==নৈ-উপনৈ==
নৈ-উপনৈ:-[[ব্ৰহ্মপুত্ৰ নদী]] পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে|আছে। জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, অৰুআৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে|বৈছে। পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে|পৰে। এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উত্পাদনতউৎপাদনত চহকী কৰি তুলিছে|তুলিছে।
{{-}}
==তথ্যসূত্ৰ==
{{reflist}}
{বৰপেটা জিলাৰ চাৰকাৰী সমল{reflist}}
 
 
 
ভৌগলিক অবস্থিতি আৰু ভুখণ্ড:-
অবিভক্ত কামৰূপ জিলাৰ পৰা ফালি সদৰ ঠাই বৰপেটা নামেৰে ১৯৮৩ চনত বৰপেটা জিলা গঠন কৰা হৈছিল| ব্ৰিটিছৰ সময়ত ১৮৪১ চনত অসামৰিক মহ্কুমা সৃষ্টি হৈছিল, জ’ন্‌ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পুৰ্বৰ মহ্কুমাটোৰ| বৰপেটা আৰু বজালী দুটা মহ্কুমা| নামনি অসমৰ এই জিলা খনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ| বৰপেটা জিলাৰ চাৰিসীমা:- উত্তৰে ভুটান পাহাৰ, পূবে নলবাৰী জিলা,দক্ষিণে কামৰূপ আৰু গোৱালপাৰা, পশ্চিমে বঙাইগাওঁ জিলা|
বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষ্য়াংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব|
ভূখণ্ড:-
..সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোনত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল ব্ৰহ্মপুত্ৰ নদী বয় গৈছে|
জলবায়ু:- বছৰতোৰ সকলো সময়তে ঠাইখনৰ জলবায়ু মধ্যম আৰু আনন্দদায়ক হয়| গ্ৰীষ্ম মৌচুমী বায়ুৰ প্ৰভাবত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীত ঋতু অনুভূত হয়| গ্ৰীষ্ম কাল মাৰ্চ মাহৰ পৰা মে’ মাহলৈ, পিচত মৌচুমী বায়ুৰ ফলত বৰ্ষা জুন-চেপ্তেম্বৰ আৰু শীত ঋতু অক্তোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ|
নৈ-উপনৈ:-ব্ৰহ্মপুত্ৰ নদী পূবৰ পৰা পশ্চিমলৈ বৰপেটা জিলাৰ দক্ষিণে ইমুৰৰ পৰা সিমুৰলৈ বৈ আছে| জিলাখনৰ বিভিন্ন অঞ্চলৰে বৈ ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, অৰু ভেলেঙী যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে| পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে| এই নদীসমূহে বৰপেটা জিলাৰ কৃষিজীৱি লোকক কৃষি উত্পাদনত চহকী কৰি তুলিছে|
 
==বাহ্যিক সংযোগ==
* [http://barpeta.gov.in/ Barpetaবৰপেটা districtজিলাৰ officialচাৰকাৰী websiteসমল]
 
{{Geographic location
Line 139 ⟶ 134:
|South = [[গোৱালপাৰা জিলা]]
|Southwest =
|West = [[বঙাইগাঁৱবঙাইগাঁও জিলা]]
|Northwest =
}}
 
 
 
 
{{অসমৰ জিলা}}
{{সাঁচ:অসমৰ জিলা আৰু মহকুমা}}
[[শ্ৰেণী:অসমৰ জিলা]]