মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল । ১৮০৬ চনত শিৱসাগৰ জিলাৰ চাৰিংত মুক্তিয়াৰ ৰামদত্তৰ ঔৰসত আৰু কৌশল্যাৰ গৰ্ভত জন্মলাভ কৰে । ১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তছিলদাৰ বাব দিয়ে । ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল । পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ(২০১২চন)শিৱসাগৰ জিলাৰ চেৰেকাপাৰ , কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয় । ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ “আচাম টি কোম্পানী”ত দেৱান পদ গ্ৰহণ কৰে । ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ(২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে ।
[[Image:মণিৰাম.jpg|thumb|right|200px|মণিৰাম দেৱান]]
 
মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল । তেওঁৰ জন্মা হয় ১৮০৬ চনত শিৱসাগৰ জিলাৰ চাৰিংত। তেওঁৰ পিতাক আছিল মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা।
 
==কাৰ্য্যকাল==
১৮৫২ চনত [[পুৰন্দৰ সিংহ]]ৰ পুতেক [[ চাৰিংৰজা ]] কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দপেৰ্শ্বৰ সিংহ চাৰিংৰজা হয় । নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল । ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায় । সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে । সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা ]]ৰ'ৰ হাতত পৰে । হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে । চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে ।
 
মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল । ১৮০৬ চনত শিৱসাগৰ জিলাৰ চাৰিংত মুক্তিয়াৰ ৰামদত্তৰ ঔৰসত আৰু কৌশল্যাৰ গৰ্ভত জন্মলাভ কৰে । ১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তছিলদাৰতহছিলদাৰ বাব দিয়ে । ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহৰসিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল । পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ(২০১২চন)শিৱসাগৰ জিলাৰ চেৰেকাপাৰ , কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয় । ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ “আচাম টি কোম্পানী”ত দেৱান পদ গ্ৰহণ কৰে । ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ(২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে ।
 
১৮৫২ চনত [[পুৰন্দৰ সিংহ]]ৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ চাৰিংৰজা সিংহ]] কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দপেৰ্শ্বৰ[[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয় । নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল । ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায় । সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে । সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা ]]ৰ'ৰ হাতত পৰেপৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে ।দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে ।
মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত “বুৰঞ্জী বিবেক ৰত্ন” নামৰ এখন পুথি ৰচনা কৰিছিল । কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধ পাতি লিখিছিল । সাধাৰণ মানুহে "কলিতা-ৰজা" নাম দিছিল ।
 
==কৰ্মৰাজী==
 
মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত “বুৰঞ্জী"বুৰঞ্জী বিবেক ৰত্ন”ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল ।কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধ পাতি লিখিছিল ।লিখিছিল। সাধাৰণ মানুহে "কলিতা-ৰজা" নাম দিছিল ।
 
==মৃত্যু==
১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে।
 
==তথ্যসূত্র==
 
১. অসমৰ বুৰঞ্জী -- পদ্মনাথ গোহাঞিবৰুৱা ।গোহাঞিবৰুৱা।
 
২. বেলিমাৰ গ'ল --- ড° লীলা গগৈ ।গগৈ।
 
৩. অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস --- ড° প্ৰফুল্ল মহন্ত ।মহন্ত।
 
8. ইতিহাসে সোঁৱৰা ছশটা বছৰ -- সৰ্বানন্দ ৰাজকুমাৰ ।ৰাজকুমাৰ।
 
৫. অসমীয়া জীৱনী অভিধান -- শিৱনাথ বৰ্মন ।