মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অলপ সজ্জা
1 নং শাৰী:
[[Image:মণিৰাম.jpg|thumb|right|200px300px|মণিৰাম দেৱান]]
 
'''মণিৰাম দেৱান''' ({{lang-en|Maniram Dewan}}) উনৈশ শতিকাৰ অসমৰ[[অসম]]ৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল ।আছিল। তেওঁৰ জন্মাজন্ম হয় ১৮০৬ চনত [[শিৱসাগৰ জিলাৰজিলা]]ৰ চাৰিংত। তেওঁৰ পিতাক আছিল মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা।
 
==কৰ্মজীৱন==
==কাৰ্য্যকাল==
১৮২৮ চনত [[উজনি অসমৰঅসম]]ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে। ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ [[আচাম টি কোম্পানী]]ত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে ।কৰে।
 
১৮৫২ চনত [[পুৰন্দৰ সিংহ]]ৰসিংহৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ সিংহ]]ৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ [[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল ।কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়। সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ[[কলিকতা]]ৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা]]ৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।
১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে। ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ(২০১২চন)শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰ [[আচাম টি কোম্পানী]]ত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ(২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে ।
 
==সাহিত্যিক কৰ্মৰাজী==
১৮৫২ চনত [[পুৰন্দৰ সিংহ]]ৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ সিংহ]]ৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ [[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল । ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়। সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন বৃটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা]]ৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।
মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত [[অসমীয়া ভাষাতভাষা]]ত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে "কলিতা-ৰজা" নাম দিছিল ।
 
==কৰ্মৰাজী==
 
মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰৱন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে "কলিতা-ৰজা" নাম দিছিল ।
 
==মৃত্যু==
১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত [[যোৰহাট]] নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে।
 
==তথ্যসূত্র==
 
১. অসমৰ বুৰঞ্জী -- পদ্মনাথ গোহাঞিবৰুৱা।
 
২. বেলিমাৰ গ'ল --- ড° লীলা গগৈ।
 
৩. অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস --- ড° প্ৰফুল্ল মহন্ত।
 
8. ইতিহাসে সোঁৱৰা ছশটা বছৰ -- সৰ্বানন্দ ৰাজকুমাৰ।
 
==তথ্য সংগ্ৰহ==
৫. অসমীয়া জীৱনী অভিধান -- শিৱনাথ বৰ্মন ।
{{Reflist}}
{{more footnotes}}
১.* অসমৰ বুৰঞ্জী -- লেখক: পদ্মনাথ গোহাঞিবৰুৱা।
২.* বেলিমাৰ গ'ল --- লেখক: ড° লীলা গগৈ।
৩.* অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস --- লেখক: ড° প্ৰফুল্ল মহন্ত।
8.* ইতিহাসে সোঁৱৰা ছশটা বছৰ -- লেখক: সৰ্বানন্দ ৰাজকুমাৰ।
৫.* অসমীয়া জীৱনী অভিধান -- লেখক: শিৱনাথ বৰ্মন ।বৰ্মন।
 
[[শ্ৰেণী:অসমৰ প্ৰসিদ্ধ ব্যক্তি]]