"কৈহাটী"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 বাইট বিলোপ কৰা হ’ল ,  10 বছৰৰ পূৰ্বে
কৈহাটীৰ ঢুলীয়া [[কামৰূপীয়া ঢুলীয়া]]ৰ অংশবিশেষ। কৈহাটীৰ স্থানীয় ভাষাত ঢুলীয়াক ''ভাইৰা'' বোলা হয়।
 
বিংশ শতিকাত অসমত প্ৰায় ৩০ টা বিভিন্ন ঢুলীয়াৰ দল আছিল বুলি প্ৰবাদ আছে। এইবোৰৰ ভিতৰত অন্যতম বিখ্যাত আৰু জনপ্ৰিয় আছিল কৈহাটীৰ ঢুলীয়া। আন কেইটামান জনপ্ৰিয় ঢুলীয়াৰ দল হ’ল বালিলেচা, অগ্নিশাল, ডিমৰীয়া, চান্দুকুছি, বৰ্ণি ইত্যাদি।
এই ঢুলীয়াসকলে প্ৰধানতঃ পুৰণি আখ্যানসমূহ আৰু লগতে আন আন সামাজিক বা আৰ্থসামাজিক ঘটনাসমূহ ব্যঙ্গৰূপত উপস্থাপনপৰিবেশন কৰি ৰাইজক হাঁহিৰ খোৰাক দিয়ে ।যোগায়। তাৰোপৰি তেওঁলোকে আন আন ধেমেলীয়া অভিনয়ো কৰে।
 
ঢুলীয়া শব্দটো আহিছে [[ঢোল]] শব্দটোৰ পৰা। ঢুলীয়াসকলৰ প্ৰধান সাংগিতিক আহিলা হ’ল [[ঢোল]]। লগতে [[খোল]], [[তাল]], [[মাদল]] আদিও ব্যবহাৰ কৰে।
7

টা সম্পাদনা