উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: =উৎপাদন= :অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন বোলে।সাধ...
 
New page tagged
1 নং শাৰী:
{{New page}}
=উৎপাদন=
 
:অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন বোলে।সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে।প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি,শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়।অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম , বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়।ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে।মানুহে কোনো বস্তু কৰিব বা ধংশও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।
 
:অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন বোলে।সাধাৰণতেবোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে।প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি,শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়।অৰ্থাৎলয়। অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম , বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়।ইয়াকেলয়। ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে।মানুহেবোলে। মানুহে কোনো বস্তু কৰিব বা ধংশও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।
 
==উদাহৰণ==
হাবিত থকা গছ এডালৰ উপযোগিতা আছে, কাৰণ তাৰ পৰা কাঠ পোৱা যায়।সেইযায়। সেই কাঠৰ স্থান পৰিবৰ্তন কৰি চহৰলৈ নিলে তাৰ উপযোগিতা আৰু বাঢ়িব।সেইবাঢ়িব। সেই কেঁচা কাঠ খিনি কিছুদিন থৈ শুকাবলৈ দিলে তাৰ উপযোগিতা আৰু বৃদ্ধি হব।কাৰণহ'ব। কাৰণ শুকান কাঠৰ আচবাব মানুহৰ বাবে বেছি উপযোগী ।উপযোগী।