সাহিত্য অকাডেমি বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পূৰ্বৰ আলোচনা মতে সালসলনি (edited with ProveIt)
1 নং শাৰী:
{{Cleanup|}}
 
{{Details|সাহিত্য অকাডেমি}}
 
{{Infobox Indian Awards
|awardname = সাহিত্য অকাডেমি বঁটা
Line 26 ⟶ 22:
}}
 
'''সাহিত্য অকাডেমি বঁটা''' হ’লহৈছে [[ভাৰত]]ৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান [[সাহিত্য অকাডেমি]]য়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা বঁটা।<ref name="net">[{{cite web | url=http://society.indianetzone.com/literature/1/sahitya_academy_awards.htm | title=Sahitya AkademiAcademy Awards] | publisher=IndiaNetzone | accessdate=April 28, 2012}}</ref> [[ভাৰত]]ৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। ভাষাসমূহ হ’ল-:
 
[[অসমীয়া ভাষা|অসমীয়া]], [[বঙালীবাংলা ভাষা|বাংলা]], [[বড়ো ভাষা|বড়ো]], [[ডগ্ৰী ভাষা|ডগ্ৰী]], [[ইংৰাজী ভাষা|ইংৰাজী]], [[গুজৰাটী ভাষা|গুজৰাটী]], [[হিন্দী ভাষা|হিন্দী]], [[কানাড়াকন্নড় ভাষা|কন্নড়]], [[কাশ্মিৰী ভাষা|কাশ্মিৰী]], [[কংকনী ভাষা|কংকনী]], [[মৈথিলী ভাষা|মৈথিলী]], [[মালায়ালম ভাষা|মালায়ালম]], [[মণিপুৰী ভাষা|মণিপুৰী]], [[মাৰাঠী ভাষা|মাৰাঠী]], [[নেপালী ভাষা|নেপালী]], [[ওড়ীয়াউড়িয়া ভাষা|উড়িয়া]], [[পাঞ্জাবীপঞ্জাবী ভাষা|পঞ্জাবী]], [[ৰাজস্থানী ভাষা|ৰাজস্থানী]], [[সংস্কৃত ভাষা|সংস্কৃত]], [[চাওঁতালী ভাষা|চাওঁতালী]], [[সিন্ধী ভাষা|সিন্ধী]], [[তামিল ভাষা|তেলেগু]] আৰু [[তেলেগু ভাষা|তেলেগু]]।
 
==বঁটাপ্ৰদান==
১৯৫৪ চনত আৰম্ভ কৰা এই বঁটাত এখন ফলক আৰু পঞ্চাছ হাজাৰ টকা প্ৰদান কৰা হয় (২০০৯ চনত [[ভাৰত চৰকাৰ]]এ এই পৰিমাণ এক লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে <ref>[http://www.hindu.com/2009/12/24/stories/2009122462072200.htm The Hindu. Article on the Awards for 2009]</ref>। ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদ্গনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য। বঁটা লাভ কৰিব লগীয়া লেখকৰ বাছনি প্ৰক্ৰিয়া বঁটা প্ৰদানৰ পূৰ্বৰ বাৰটা মাহত সম্পাদন কৰা হয়।
প্ৰথম বছৰ অসমীয়াকে ধৰি ১৩টা ভাষাত ৰচিত ১৩খন গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱা হৈছিল। বৰ্তমান ২৪ ভাষালৈ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয়। পুৰস্কাৰৰ ধন ৫০০০ টকাৰে আৰম্ভণি হৈ ১৯৮৩ চনৰ পৰা ১০,০০০ টকা, ১৯৮৮ চনৰ পৰা ২৫,০০০ টকা, ২০০১ চনৰ পৰা ৪০,০০০ টকা, ২০০৩ চনৰ পৰা ৫০,০০০ টকা আৰু ২০০৯ চনৰ পৰা ১,০০,০০০ টকালৈ সংশোধন হয়।<ref name="hindu">{{cite newsgroup | url=http://www.hindu.com/2009/12/24/stories/2009122462072200.htm | title=Poets dominate 2009 Sahitya Akademi Awards | date=Dec 24, 2009 | accessdate=April 28, 2012}}</ref>
 
১৯৫৪ চনত আৰম্ভ কৰা এই বঁটাত এখন অকাডেমিৰ প্ৰতীকসম্বলিত ফলক, এখন শ্বল আৰু পঞ্চাছ হাজাৰ টকা প্ৰদান কৰা হয় । ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদ্গনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য।
 
==প্ৰক্ৰিয়া==
বঁটা লাভ কৰিব লগীয়া লেখকৰ বাছনি প্ৰক্ৰিয়া বঁটা প্ৰদানৰ পূৰ্বৰ বাৰটা মাহত সম্পাদন কৰা হয়। অকাডেমিৰ সদস্যসকলে লেখক-সমালোচকসকলৰ পৰা ভাল গ্ৰন্থৰ এখন প্ৰাথমিক তালিকা প্ৰস্তুত কৰায়। ইয়াৰ পৰা বিচাৰকমণ্ডলীৰ বাবে প্ৰথম তালিকা প্ৰস্তুত কৰা হয়।<ref name=navodaya>"ভাল গ্ৰন্থক স্বীকৃতি প্ৰদান কৰা সৰ্বভাৰতীয় অনুষ্ঠান:সাহিত্য একাডেমি", পৃ: ১০৫-১০৬, ড: কুতুবুদ্দিন আহমেদ, নৱোদয়া (নৱোদয় সাৰ্বজনীন পূজা মন্দিৰৰ স্মৃতিগন্থ), প্ৰকাশ:২০১১</ref> এইখন তালিকাৰ পৰা পৰৱৰ্তী পৰ্যায়ৰ বিচাৰকসকলে শ্ৰেষ্ঠ তিনিখন গ্ৰন্থৰ তালিকা শেষ বিচাৰকৰ হাতলৈ পঠিয়ায়। তেওঁলোকে তাৰ পৰা শ্ৰেষ্ঠ গ্ৰন্থ নিৰ্বাচন কৰে আৰু বাছনিৰ কাৰণো লিখিতভাৱে একাডেমিক জনায়।<ref name=navodaya/> অনুবাদ বঁটাও প্ৰায় একেধৰণৰ প্ৰক্ৰিয়াৰে নিৰ্বাচন কৰা হয়।
 
==আন আন সাহিত্যিক সন্মানসমূহ==
Line 37 ⟶ 39:
 
===ভাষা সন্মান===
ভাৰতবৰ্ষ এখন বহুভাষিক দেশ। কিন্তু সাহিত্য অকাডেমিৰ স্বীকৃত ভাষাৰ সংখ্যা মাত্ৰ ২৪টাহে। সেয়েহে ১৯৯৬ চনত এই স্বীকৃত ভাষাকেইটাৰ বাদে অন্য ভাষাৰ লেখক, গৱেষক, সম্পাদক, সংগ্ৰহকৰ্তা আৰু অনুবাদকসকল, যিয়ে সংশ্লিষ্ট ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশিষ্ট অৱদান আগবঢ়াইছে, তেখেতসকলক অনুপ্ৰাণিত কৰিবলৈ ভাষা সন্মান বঁটাৰ আৰম্ভণি কৰে। প্ৰথম অৱস্থাত বঁটা স্বৰূপে এখন ফলকৰ সৈতে ২৫,০০০ টকা আগবঢ়োৱা হৈছিল। ২০০১ চনত পুৰস্কাৰ ৰাশি ৪০,০০০ টকা, ২০০৩ চনত ৫০,০০০ টকা আৰু ২০০৯ চনত ১,০০,০০০ টকালৈ বৃদ্ধি কৰা হয়। ১৯৯৬ চনত পাহাৰী ভাষাৰ ২ গৰাকী, টুলু ভাষাৰ ২ গৰাকী, ভোজপুৰী ভাষাৰ ১ গৰাকী আৰু ককবৰক ভাষাৰ ১ গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছিল।
প্ৰধান চৌবিশটা ভাষাৰ উপৰি আন আন ভাৰতীয় ভাষাত সাহিত্য চৰ্চা কৰা লেখকক এই বিশেষ বঁটা প্ৰদান কৰা হয়। এই বঁটাতো এখন ফলক আৰু এক লাখ টকা প্ৰদান কৰা হয়।
 
===অনুবাদ বঁটা===
সাহিত্য অকাডেমিৰ স্বীকৃত ২৪টা ভাষালৈ কৰা বিশিষ্ট অনুবাদ গ্ৰন্থৰ বাবে ১৯৮৯ চনৰ পৰা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰথমে পুৰস্কাৰ ৰাশি আছিল ১০,০০০ টকা। এই ৰাশি বৃদ্ধি হৈ ২০০১ চনত ১৫,০০০ টকা, ২০০৩ চনত ২০,০০০ টকা আৰু ২০০৯ চনত ৫০,০০০ টকা হয়গৈ। ১৯৮৯ বৰ্ষত ১৩ গৰাকী অনুবাদকলৈ এই বঁটা প্ৰদান কৰা হয়। অসমীয়া ভাষালৈ কৰা অনুবাদ গ্ৰন্থৰ বাবে ২০১০ চনলৈ এইসকল ব্যক্তিক পুৰস্কৃত কৰা হয়- নৰেন্দ্ৰ শৰ্মা, [[ৰাধিকা মোহন ভাগৱতী]], বিমল ভাগৱতী, [[ফণী তালুকদাৰ]], বসুন্ধৰা শইকীয়া, কুলনাথ গগৈ, [[তিলক হাজৰিকা]], কীৰ্তিনাথ হাজৰিকা, নিৰুপমা ফুকন, তীৰ্থ ফুকন, [[শুচিব্ৰতা ৰায়চৌধুৰী]], প্ৰভাত চন্দ্ৰ শৰ্মা, ৰাজেন শইকীয়া, প্ৰফুল্ল কটকী, হেমেশ্বৰ দিহিঙীয়া, মলয়া খাউণ্ড, মালিনী গোস্বামী, [[যতীন্দ্ৰ কুমাৰ বৰগোঁহাই]] আৰু অনুপমা দত্ত শইকীয়া।
গুৰুত্বপূৰ্ণ সাহিত্য-কৃতিৰ চৌবিশটা প্ৰধান ভাৰতীয় ভাষাৰ কোনো এটালৈ কৰা চমকপ্ৰদ অনুবাদৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ১৯৮৯ চনত আৰভ কৰা এই বঁটাত এখন ফলক আৰু বিশ হাজাৰ টকা দিয়া হয়।
 
===বাল সাহিত্য পুৰস্কাৰ===
অকাডেমিৰ স্বীকৃত ২৪টা ভাষাৰ উত্কৃষ্ট শিশু গ্ৰন্থ বা শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে বাল সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা প্ৰথমবাৰৰ বাবে ২০১১ চনত ঘোষণা কৰা হয়। এখন তামৰ ফলক আৰু ৫০,০০০ টকা বঁটাস্বৰূপে আগবঢ়োৱা হয়। অসমীয়া ভাষাৰ 'সেউজীয়া ধৰণী' নামৰ শিশু-উপন্যাসখনৰ বাবে [[বন্দিতা ফুকন|বন্দিতা ফুকনে]] আৰু বড়ো ভাষাৰ 'পুৰণি চোলো ফিঠিকা' নামৰ গল্পপুথিৰ বাবে মহেশ্বৰ নাৰ্জাৰীয়ে এই বঁটা লাভ কৰে। <ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/pdf/bal-sahitya-2011.pdf | title=PRESS RELEASE OF SAHITYA AKADEMI | accessdate=January 20, 2012}}</ref>
 
===আনন্দ কুমাৰস্বামী জলপানি===
ভাৰতীয় [[লেখক আনন্দ কুমাৰস্বামী]]ৰ নামত ১৯৯৬ চনত এই বঁটা আৰম্ভ কৰা হয়। [[এছিয়া]]ৰ কোনো লেখকক [[ভাৰত]]ত তিনি মাহৰ পৰা বাৰ মাহ সময় সাহিত্যিক গৱেষণা কৰিবৰ বাবে এই জলপানি দিয়া হয়। ১৯৯৬ চনত ড° আজাদ এন চামাতোভ (তাচখণ্ড), অধ্যাপক চেনেকা বন্দৰনায়ক (কলম্বো) আৰু অধ্যাপক চী নাকানেক (জাপান) ড° আনন্দ কুমাৰস্বামী জনপানী প্ৰদান কৰা হয়।
 
===প্ৰেমচন্দপ্ৰেমচান্দ জলপানি===
ভাৰতীয় সাহিত্যক [[প্ৰেমচান্দ]]ৰ ১২৫ বছৰীয়া জন্মদিন উপলক্ষে প্ৰেমচান্দ জলপানি আৰম্ভ কৰা হয়। এই জলপানী ভাৰতক বাদ দি অন্যান্য SAARC দেশসমূহৰ ভাৰতীয় সাহিত্যৰ বিষয়ে গৱেষণা কৰা গৱেষক বা সৃ্ষ্টিশীল সাহিত্যকক প্ৰদান কৰা হয়। প্ৰেমচান্দ জলপানি আগবঢ়োৱা প্ৰথমগৰাকী ব্যক্তি হ'ল পাকিস্তানৰ শীৰ্ষস্থানীয় উৰ্দু ভাষাৰ গল্পকাৰ আৰু স্তম্ভলেখক জোনাব ইন্টিজাৰ হুছেইন।
হিন্দী লেখক [[প্ৰেমচন্দ]]ৰ নামত ২০০৫ চনত আৰম্ভ কৰা এই বঁটা সাংস্কৃতিক দিশত উল্লেখনীয় বৰঙণি আগবঢ়োৱা [[দক্ষিণ এছিয়া]]ৰ ব্যক্তিক প্ৰদান কৰা হয়।
 
==আৰু চাওক==
==সহায়ক প্ৰৱন্ধ==
* [[ভাৰতীয় সাহিত্য]]
* [[অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল]]