উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

New page tagged
No edit summary
5 নং শাৰী:
 
==উদাহৰণ==
হাবিত থকা গছ এডালৰ উপযোগিতা আছে, কাৰণ তাৰ পৰা কাঠ পোৱা যায়। সেই কাঠৰ স্থান পৰিবৰ্তন কৰি চহৰলৈ নিলে তাৰ উপযোগিতা আৰু বাঢ়িব। সেই কেঁচা কাঠ খিনি কিছুদিন থৈ শুকাবলৈ দিলে তাৰ উপযোগিতা আৰু বৃদ্ধি হ'ব। কাৰণ শুকান কাঠৰ আচবাব মানুহৰ বাবে বেছি উপযোগী।উপযোগী।উপযোগিতা তিনি ধৰণে বৃদ্ধি কৰা হয়।স্থান উপযোগিতা(Place Utility), সময় বা কাল উপযোগিতা(Time Utility) আৰু গঠন উপযোগিতা্(Form Utility) ।
===উৎপাদনৰ উপাদান===
উৎপাদন কাৰ্য সম্পাদন কৰিবৰ বাবে কিছুমান উপাদান বা সম্পদৰ প্ৰয়োজন হয়।এই আহিলা সমুহক অধ্যয়নৰ সুবিধাৰ বাবে চাৰিটা ভাগত ভগোৱা হয়।সেই সমুহ হ'ল :-
:১)ভূমি(Land) :-প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' বুলি কোৱা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
:২)শ্ৰম(Labour):-উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' বোলে।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
:৩)মুলধন(Capital):মুলধন হল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
:৪)সংগঠন(Organisation):সংগঠন বুলিলে কিছুমান বিশেষজ্ঞ বা বিশেষ পাৰদৰ্শিতা থকা লোকক বুজায় যেয়ে ভূমি, শ্ৰম,আৰু মুলধন একেলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে আৰু উৎপাদনৰ ক্ষেত্ৰত সম্ভাব্য ক্ষতিৰ দায়িত্ত্ব গ্ৰহণ কৰে।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>