উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
===উৎপাদনৰ উপাদান===
উৎপাদন কাৰ্য সম্পাদন কৰিবৰ বাবে কিছুমান উপাদান বা সম্পদৰ প্ৰয়োজন হয়।এই আহিলা সমুহক অধ্যয়নৰ সুবিধাৰ বাবে চাৰিটা ভাগত ভগোৱা হয়।সেই সমুহ হ'ল :-
===ভূমি(Land)===
:১)ভূমি(Land) :-প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' বুলি কোৱা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি" ড০ হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/সম্পাদনা: ড০ বিমান কৰ।</ref>
:২)শ্ৰম(Labour):-উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' বোলে।<ref>ঐ</ref>
====ভূমিৰ বৈশিষ্ট্য====
:৩)মুলধন(Capital):মুলধন হল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।<ref>ঐ</ref>
:১)ভূমি প্ৰকৃতিৰ দান।মানুহৰ শ্ৰমেৰে ইয়াক উৎপাদন কৰিব নোৱাৰি।সেয়ে ভূমিৰ উৎপাদন ব্যয় নাই।
:২)ভূমিৰ যোগান সীমাবদ্ধ। মানুহে কোনো কাৰণতে ভূমিৰ যোগান বঢ়াবো নোৱাৰে, কমাবও নোৱাৰে।
:৩)ভূমি স্থায়ী, অৰ্থাৎ ইয়াৰ মূল আৰু অবিনস্বৰ গুণ আছে।ভূমি কেতিয়াও ক্ষয় নাযায়।
:৪)ভূমিৰ স্থানান্তৰ যোগ্যতা নাই।ইয়াক এঠাইৰ পৰা আনঠাইলৈ স্থনান্তৰ কৰিব নোৱাৰি।ভূমি অলৰ-অচৰ।অৱশ্যে যদিও ভুমিৰ কায়িক স্থানান্তৰ গুণ নাই ,কিন্তু ইয়াৰ মালিকী স্বত্বৰ পৰিবৰ্তন হব পাৰে।
:৫)ভূমি বিসম গুণসম্পন্ন।ভূমি সমগুণ সম্পন্ন নহয়।উৰ্ব্বৰতা, স্থান ইত্যাদিৰ ফালৰ পৰা ভূমি ভিন্ন ভিন্ন হয়।
:৬)ভূমিৰ উৎপাদন ক্ৰমহ্ৰাসমান উৎপন্ন বিধিৰ অধিন।একেখণ্ড ভূমিতে যেতিয়া উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম আৰু মুলধনৰ মাত্ৰা বৃদ্ধি কৰা হয়, তেতিয়া প্ৰান্তিক উৎপাদন ক্ৰমে হ্ৰাস পায় বা মুঠ উৎপাদন ক্ৰমহ্ৰাসমান গতিত বৃদ্ধি পায়।
===শ্ৰম(Labour)===
উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' বোলে।<ref>ঐ</ref> অথবা আৰ্থিক বিবেচনাধিন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থ-বিজ্ঞানত শ্ৰম বোলে।<ref>"Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics"--Marshall.</ref>উৎপাদনৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন উপাদানৰ তুলনাত ই সম্পূৰ্ণ বেলেগ।শ্ৰমৰ যোগান ধৰোতা শ্ৰমিক এটা জীৱন্ত বস্তু, ই মানুহ।মানবীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে।শ্ৰমিক কেৱল উৎপাদনৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও।শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। শ্ৰমিকৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে।তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।
====শ্ৰমৰ বৈশিষ্ট্য====
:১)শ্ৰমক শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰি।ভূমি বা মুলধনক যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক শ্ৰমিকৰ পৰা আঁতৰাই আনিব নোৱাৰি।শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
:২)শ্ৰম ক্ষণস্থায়ী।এজন শ্ৰমিক নিবনুৱা হৈ থকা মানে তেওঁৰ শ্ৰম শক্তি আৰু সময়ৰ অপচয়।সেই ক্ষতি অপুৰণীয়।নিবনুৱা হৈ থকাৰ অৰ্থ হ'ল শ্ৰমিকৰ শ্ৰম নষ্ট হোৱা।
===মুলধন(Capital)===
:৩)মুলধন(Capital):মুলধন হল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।<ref>ঐ</ref>
:৪)সংগঠন(Organisation):সংগঠন বুলিলে কিছুমান বিশেষজ্ঞ বা বিশেষ পাৰদৰ্শিতা থকা লোকক বুজায় যেয়ে ভূমি, শ্ৰম,আৰু মুলধন একেলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে আৰু উৎপাদনৰ ক্ষেত্ৰত সম্ভাব্য ক্ষতিৰ দায়িত্ত্ব গ্ৰহণ কৰে।<ref>ঐ</ref>