ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Notice2|এই নীতি নিয়মসমূহ সৰ্বসন্মত আলোচনাযোগে ঠিৰাং কৰা হৈছে। অনুগ্ৰহ কৰি ইয়াত একো সালসলনি নকৰিব। যদি কিবা কৰিব বিচাৰেবিচাৰিছে তেন্তে প্ৰথমেই [[{{TALKPAGENAME}}|আলোচনা পৃষ্ঠাত]] আপোনাৰ মতামত ব্যক্ত কৰিব পাৰে। ধন্যবাদ।}}
 
<!--{{ৱিকিপ্ৰকল্পৰ বিষয়ে জাননী}} এইখন ইয়াত খাপ খোৱা নাই বাবে বৰ্তমান আতৰাই থৈছো দেই -->
11 নং শাৰী:
 
==আলোকচিত্ৰ প্ৰতিযোগিতা==
===;উদ্দেশ্য===
অসমীয়া ৱিকিপিডিয়াত অসম বিষয়ক উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা। গোলকীয়ভাৱে অসমৰ যিকোনো বিষয়ৰে চিত্ৰসমূহ যিহেতু এতিয়াও সহজলভ্য নহয়, সেই অভাৱ দূৰ কৰি অসমৰ বিভিন্ন দিশ সম্পৰ্কে বিশ্ববাসীক অৱগত কৰোৱাতো এই প্ৰতিযোগিতাৰ ঘাই লক্ষ্য|
 
53 নং শাৰী:
 
==প্ৰবন্ধ প্ৰতিযোগিতা==
===;উদ্দেশ্য===
অসমীয়া ৱিকিপিডিয়াত নতুন সদস্যৰদ্বাৰা প্ৰবন্ধ লিখাৰ উৎসাহ বৃদ্ধি কৰা আৰু প্ৰতিযোগিতাৰ নামতে অন্ততঃ কেইটামান ভাল প্ৰবন্ধ যোগ দিয়া। লগতে নিৰপেক্ষ আৰু যুক্তিশীল তথ্যসাহিত্য ৰচনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰা।