ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
39 নং শাৰী:
* ফাইল আপলোডত ক্লিক কৰিলে ছবি আপলোড কৰা পৃষ্ঠাটো দেখুৱাব। তাৰে 'choose file' বুটামত ক্লিক কৰি ওলোৱা ফাইল-বক্সত আপুনি নিজৰ কম্পিউটাৰৰপৰা ছবিখন বাচি লওঁক, লক্ষ্য ফাইলৰ নামটো ছবিখনৰ বিষয়ৰ লগত মিলি যোৱা কিন্তু চুটি নাম এটা দিয়ক (ইংৰাজীত দিব, তেতিয়াহ'লে আন ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰৰ সুবিধা হ'ব), সাৰাংশ অংশত ছবিখনৰ বিষয়, আৰু কি তথ্য বুজোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে উল্লেখ কৰক।
* সৰ্বশেষত ঠিক তলৰ ফালে '''অনুজ্ঞাপত্ৰ''': বাচনি এটা দেখা পাব| তাত আপুনি "'''অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা'''" নামৰ বাচনিটোত ক্লিক কৰিব|
* ৱিকিপিডিয়াত আপলোড কৰাত অসুবিধা পালে, [[ৱিকিপিডিয়া:চিত্ৰ আপলোড|সহায়িকা]] চাওক বা নাইবা [[ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা#কাৰ্যনিৰ্বাহক সমিতি|প্ৰকল্প নিৰ্মানকাৰীসকলৰ সৈতে দূৰভাষযোগে যোগাযোগ]] নতুবা (assamesewikipedia@yahoo.com)ফেচবুকটো এই ই-মেইল ঠিকনাটোলৈ পঠিয়াব পাৰে। ফেচবুকটোআপুনি আমাৰ {{like|[https://www.facebook.com/groups/assamwikigroup/ অসমীয়া ৱিকিপিডিয়া সমাজ]}} গোটত আপুনি আমাৰ সৈতে পোনপটীয়াভাৱে আমাৰ পৰা সহায় বিচাৰিব পাৰে|
 
<u>'''বি:দ্ৰ'''</u>: - অনুজ্ঞাপত্ৰৰ সঠিক নিৰ্বাচন কৰিব নাইবা সাৰাংশ অংশৰ একেবাৰে আৰম্ভণিতে বন্ধনীৰ মাজত 'অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে' বুলি লিখি দিব। অন্যথা আপোনাৰ ছবিখন প্ৰতিযোগিতাৰ বাবে অন্তৰ্ভুক্ত কৰা নহ'বও পাৰে।