উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা, বানান আৰু টেগ বিলোপ
1 নং শাৰী:
অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে '''উৎপাদন''' বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে।প্ৰকৃতিনোৱাৰে। প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি, শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়। অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম , বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়। ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে। মানুহে কোনো বস্তু কৰিব বা ধংশওধংসও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।<ref>প্ৰাথমিক অৰ্থ-বিজ্ঞান/, লিখক: সত্য নাথ দাস</ref>
{{New page}}
 
 
অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে।প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি,শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়। অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম , বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়। ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে। মানুহে কোনো বস্তু কৰিব বা ধংশও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।<ref>প্ৰাথমিক অৰ্থ-বিজ্ঞান/সত্য নাথ দাস</ref>
 
==উদাহৰণ==
হাবিত থকা গছ এডালৰ উপযোগিতা আছে, কাৰণ তাৰ পৰা কাঠ পোৱা যায়। সেই কাঠৰ স্থান পৰিবৰ্তন কৰি চহৰলৈ নিলে তাৰ উপযোগিতা আৰু বাঢ়িব। সেই কেঁচা কাঠ খিনি কিছুদিন থৈ শুকাবলৈ দিলে তাৰ উপযোগিতা আৰু বৃদ্ধি হ'ব। কাৰণ শুকান কাঠৰ আচবাব মানুহৰ বাবে বেছি উপযোগী।উপযোগিতাউপযোগী। উপযোগিতা তিনি ধৰণে বৃদ্ধি কৰা হয়।স্থানহয়। স্থান উপযোগিতা (Place Utility), সময় বা কাল উপযোগিতা (Time Utility) আৰু গঠন উপযোগিতা্উপযোগিতা(Form Utility)
 
===উৎপাদনৰ উপাদান===
উৎপাদন কাৰ্য সম্পাদন কৰিবৰ বাবে কিছুমান উপাদান বা সম্পদৰ প্ৰয়োজন হয়।এইহয়। এই আহিলা সমুহক অধ্যয়নৰ সুবিধাৰ বাবে চাৰিটা ভাগত ভগোৱা হয়।সেইহয়। সেই সমুহ হ'ল :-
 
===ভূমি(Land)===
প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' (Land) বুলি কোৱা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি", ড০লিখক: ড° হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা/, সম্পাদনা: ড০ড° বিমান কৰ।</ref>
 
====ভূমিৰ বৈশিষ্ট্য====
:১)ভূমি প্ৰকৃতিৰ দান।মানুহৰদান। মানুহৰ শ্ৰমেৰে ইয়াক উৎপাদন কৰিব নোৱাৰি।সেয়েনোৱাৰি। সেয়ে ভূমিৰ উৎপাদন ব্যয় নাই।
:২)ভূমিৰ যোগান সীমাবদ্ধ। মানুহে কোনো কাৰণতে ভূমিৰ যোগান বঢ়াবো নোৱাৰে, কমাবও নোৱাৰে।
:৩)ভূমি স্থায়ী, অৰ্থাৎ ইয়াৰ মূল আৰু অবিনস্বৰ গুণ আছে।ভূমিআছে। ভূমি কেতিয়াও ক্ষয় নাযায়।
:৪)ভূমিৰ স্থানান্তৰ যোগ্যতা নাই।ইয়াকনাই। ইয়াক এঠাইৰ পৰা আনঠাইলৈ স্থনান্তৰস্থানান্তৰ কৰিব নোৱাৰি।ভূমিনোৱাৰি। ভূমি অলৰ-অচৰ।অৱশ্যেঅচৰ। অৱশ্যে যদিও ভুমিৰভূমিৰ কায়িক স্থানান্তৰ গুণ নাই ,কিন্তু ইয়াৰ মালিকী স্বত্বৰ পৰিবৰ্তন হবহ’ব পাৰে।
:৫)ভূমি বিসম গুণসম্পন্ন।ভূমিগুণসম্পন্ন। ভূমি সমগুণ সম্পন্ন নহয়।উৰ্ব্বৰতানহয়। উৰ্ব্বৰতা, স্থান ইত্যাদিৰ ফালৰ পৰা ভূমি ভিন্ন ভিন্ন হয়।
:৬)ভূমিৰ উৎপাদন ক্ৰমহ্ৰাসমান উৎপন্ন বিধিৰ অধিন।একেখণ্ডঅধিন। একেখণ্ড ভূমিতে যেতিয়া উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম আৰু মুলধনৰ মাত্ৰা বৃদ্ধি কৰা হয়, তেতিয়া প্ৰান্তিক উৎপাদন ক্ৰমে হ্ৰাস পায় বা মুঠ উৎপাদন ক্ৰমহ্ৰাসমান গতিত বৃদ্ধি পায়।
 
===শ্ৰম(Labour)===
উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে।<ref>ঐ</ref> অথবা আৰ্থিক বিবেচনাধিনবিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থ-বিজ্ঞানত শ্ৰম বোলে।<ref>"Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics"--Marshall.</ref> উৎপাদনৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন উপাদানৰ তুলনাত ই সম্পূৰ্ণ বেলেগ।শ্ৰমৰবেলেগ। শ্ৰমৰ যোগান ধৰোতা শ্ৰমিক এটা জীৱন্ত বস্তু, ই মানুহ।মানবীয়মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে।শ্ৰমিকআছে। শ্ৰমিক কেৱল উৎপাদনৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও।শ্ৰমলক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। শ্ৰমিকৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে।তলতআছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।
 
====শ্ৰমৰ বৈশিষ্ট্য====
:১)শ্ৰমক শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰি।ভূমিনোৱাৰি। ভূমি বা মুলধনক যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক শ্ৰমিকৰ পৰা আঁতৰাই আনিব নোৱাৰি।শ্ৰমিকেনোৱাৰি। শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
:২)শ্ৰম ক্ষণস্থায়ী।এজনক্ষণস্থায়ী। এজন শ্ৰমিক নিবনুৱা হৈ থকা মানে তেওঁৰ শ্ৰম শক্তি আৰু সময়ৰ অপচয়।সেইঅপচয়। সেই ক্ষতি অপুৰণীয়।নিবনুৱাঅপুৰণীয়। নিবনুৱা হৈ থকাৰ অৰ্থ হ'ল শ্ৰমিকৰ শ্ৰম নষ্ট হোৱা।
===[[মূলধন (অৰ্থনীতি)]](Capital)===
:[[মূলধন (অৰ্থনীতি)|মুলধন]] (Capital) হলহ’ল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।<ref>ঐ</ref>
 
===সংগঠন(Organisation)===
সংগঠন (Organisation) বুলিলে কিছুমান বিশেষজ্ঞ বা বিশেষ পাৰদৰ্শিতা থকা লোকক বুজায় যেয়ে ভূমি, শ্ৰম, আৰু মুলধন একেলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে আৰু উৎপাদনৰ ক্ষেত্ৰত সম্ভাব্য ক্ষতিৰ দায়িত্ত্ব গ্ৰহণ কৰে।<ref>ঐ</ref>
 
===তথ্য সূত্ৰসংগ্ৰহ===
<references/>
 
 
[[শ্ৰেণী: অৰ্থনীতি]]