উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে '''উৎপাদন''' ({{lang-en|Production}}) বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে। প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি, শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়। অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম, বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়। ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে। মানুহে কোনো বস্তু কৰিব বা ধংসও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।<ref>প্ৰাথমিক অৰ্থ-বিজ্ঞান, লিখক: সত্য নাথ দাস</ref>
 
==উদাহৰণ==