ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
33 নং শাৰী:
# আলোকচিত্ৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ ৱেবছাইটত [http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:%E0%A6%AC%E0%A7%8B%E0%A6%9C%E0%A6%BE%E0%A6%87 দাখিল] কৰাটো (বাঞ্ছনীয়)|
# তলৰ ই-মেইল ঠিকনালৈ ই-মেইল কৰি পঠিয়াব পাৰিব। মেইলৰ subject অংশত '''Assamese Wikipedia Photo Contest''' বুলি উল্লেখ কৰিব। আলোকচিত্ৰ দাখিলৰ বাবে ই-মেইল ঠিকনা: (assamesewikipedia@yahoo.com)
# আলোকচিত্ৰ দাখিলৰ শেষ সময় ২৫-মে', ২০১২।
 
====আলোকচিত্ৰ দাখিলৰ সহায়====
* অসমীয়া ৱিকিপিডিয়াত ছবি আপোলোড কৰিবৰ বাবে সদস্যভুক্ত হোৱা বাধ্যতামূলক| একাউণ্ট নোখোলাকৈ আপুনি চিত্ৰ আপলোড কৰিবলৈ কোনোমতেই সমৰ্থ নহব| সেয়ে প্ৰথমেই [http://as.wikipedia.org/w/index.php?title=%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A7%87%E0%A6%B6&type=signup&returnto=%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%B8%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BF%E0%A6%95%E0%A6%BE/%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%A8 পঞ্জীয়ন কৰক], যদি কিবা অসুবিধা পায় তেন্তে সহায়ৰ বাবে [[ৱিকিপিডিয়া:সহায়িকা/পঞ্জীয়ন|ইয়াত]] ক্লিক কৰক|
44 নং শাৰী:
 
====ই-মেইলত চিত্ৰ আপলোডৰ বাবে সহায়====
ৱিকিপিডিয়াত আপলোড কৰাটোৱেই প্ৰথম পছন্দ যদিও অসুবিধা পালে আপুনি (ই-মেইল ঠিকনাটোassamesewikipedia@yahoo.com) এই মেইলৰ ঠিকনালৈ ছবিসমূহ সংযুক্ত কৰি পঠিয়াব পাৰে। ছবি পঠিয়ালে মেইলৰ subject অংশত '''Assamese Wikipedia Photography competition''' বুলি উল্লেখ কৰি দিব। মেইলৰ ভিতৰত ছবিখনৰ বিষয় আৰু আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ কৰিব। কেবাখনে ছবি পঠিয়ালে প্ৰতিখনৰ ফাইল নামৰ বিপৰীতে বিষয় বেলেগে বেলেগে উল্লেখ কৰিবলৈ নাপাহৰিব।
 
===পুৰস্কাৰ প্ৰদান===