উৎপাদন (অৰ্থনীতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
অৰ্থবিজ্ঞানত উপযোগিতা সৃষ্টি কৰাকে '''উৎপাদন''' ({{lang-en|Production}}) বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে। প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি, শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়। অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম, বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়। ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে। মানুহে কোনো বস্তু কৰিব বা ধংসও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।<ref>প্ৰাথমিক অৰ্থ-বিজ্ঞান, লিখক: সত্য নাথ দাস,পৃষ্ঠা: ৭৪, প্ৰকাশক:এল বি এছ পাব্লিকেশ্যন: আমবাৰী গুৱাহাটী।</ref>
 
==উদাহৰণ==
8 নং শাৰী:
 
===ভূমি===
প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' (Land) বুলি কোৱা হয়।<ref>"উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি",পৃষ্ঠা: ১২৮, লিখক: ড° হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা, সম্পাদনা: ড° বিমান কৰ। প্ৰকাশক: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌, গুৱাহাটী।</ref>
 
====ভূমিৰ বৈশিষ্ট্য====
19 নং শাৰী:
 
===শ্ৰম===
উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থ-বিজ্ঞানত শ্ৰম বোলে।<ref>("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics")<ref>"Principles of Economics"--Marshall.</ref> উৎপাদনৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন উপাদানৰ তুলনাত ই সম্পূৰ্ণ বেলেগ। শ্ৰমৰ যোগান ধৰোতা শ্ৰমিক এটা জীৱন্ত বস্তু, ই মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে। শ্ৰমিক কেৱল উৎপাদনৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। শ্ৰমিকৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।
 
====শ্ৰমৰ বৈশিষ্ট্য====