ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চিত্ৰ সংযোগ
প্ৰতিযোগিতাৰ_প্ৰচাৰ_পত্ৰিকা সংযোজন
14 নং শাৰী:
 
==আলোকচিত্ৰ প্ৰতিযোগিতাৰ বাবে চুড়ান্ত নিয়মসমূহ==
 
[[File:প্ৰতিযোগিতাৰ_প্ৰচাৰ_পত্ৰিকা.pdf|300px|thumb|<center> '''প্ৰচাৰ-পত্ৰিকা পিডিএফ সংস্কৰণ ডাউনল’দ কৰিবৰ বাবে এই ছবিখনত ক্লিক কৰক'''<center>]]
 
# আলোকচিত্ৰসমূহ '''অসম সংক্ৰান্তীয়''' তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। অসমৰ লগত জড়িত যিকোনো বিষয়ৰ অলোকচিত্ৰ হ'ব পাৰে। (মুগা-পলুৰপৰা আৰম্ভ কৰি বিভিন্ন পৰ্যটন স্থলসমূহলৈ, দীপ বাহন ৰিক্সাৰপৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ মুদ্ৰালৈ, বাহ্‌কা তিতাৰ পাতৰপৰা আৰম্ভ কৰি পৰশুৰাম কুণ্ডলৈ, চাং-গোহালিৰপৰা আৰম্ভ কৰি তলাতল ঘৰলৈ - মুঠতে অসম বিষয়ক তথ্য থকা যিকোনো ছবি।)
# আলোকচিত্ৰসমূহ '''নিজে তোলা''' হ'ব লাগিব। ছবিখন প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা মানেই ছবিখন প্ৰতিযোগীয়ে নিজে তোলা বুলি ধৰি লোৱা হ'ব। নকল কৰা ছবি বা আনৰ ছবি নিজৰ বুলি উল্লেখ কৰাটো দৃষ্টিগোচৰ হ'লে ছবিখনক প্ৰতিযোগিতাৰপৰা আঁতৰাই দিয়া হ'ব।